আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
আন্তৰ্জাতিক অলিম্পিক মভমেণ্টৰ পতাকা
আন্তৰ্জাতিক পাৰালিম্পিক মভমেণ্টৰ পতাকা
আন্তৰ্জাতিক অলিম্পিক কমিটি
ইংৰাজী
International Olympic Committee
চমুকৈ
IOC
) হৈছে
অলিম্পিক গেমছত
যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে
ৰাষ্ট্ৰীয় অলিম্পিক কমিটি
National Olympic Committee
) চিহ্নিত কৰে। কিন্তু আগৰ অলিম্পিক সমূহত বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ ক’ড ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়, যেনে বিভিন্ন দেশৰ এথলিটেৰে গঢ়া দল সমূহ, বা এনে দল যি কোন দেশকে পোনপটীয়াকৈ প্ৰতিনিধিত্ব নকৰে।
কিছু সংখক আইঅ’চি সংকেত আদৰ্শ
আইঅ’চি ৩১৬৬-১ আলফা-৩
সংকেততকৈ বেলেগ। অন্যান্য ক্ৰীড়া প্ৰতিষ্ঠান, যেনে
ফিফা
ফিবা
বা
কমনৱেলথ গেমছ ফেডাৰেছন
আদিয়েও নিজ দলক প্ৰকাশৰ বাবে একেধৰণৰ চমুকৈ দেশৰ বাবে একোটা সংকেত ব্যৱহাৰ কৰে।
ইতিহাস
সম্পাদনা কৰক
১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে দেশসমূহৰ নামৰ প্ৰথম তিনিটা আখৰেৰে ( বা আন সুবিধাজনক আখৰেৰে) প্ৰকাশিত অলিম্পিকৰ প্ৰতিবেদন সমূহত লিখাৰ ব্যৱস্থা কৰা হয়।
পিছে,এই ৰাষ্ট্ৰ ক’ড বিলাক আয়োজক দেশৰ ভাষাৰেহে ৰখা হৈছিল (উদাহৰণ স্বৰূপে ১৯৫৬ চনৰ শীতাকালীন অলিম্পিক আৰু ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত
জাপান
ৰ ক’ড আছিল GIA, কাৰণ এই দুই অলিম্পিক ইটালীত অনুষ্ঠিত হৈছিল আৰু ইটালীয় ভাষাত
জাপান
ক Giappone বুলি কোৱা হয়, তেনেদৰে ফৰাছী ভাষাত
কোৰিয়া
ৰ নাম Corée হোৱাৰ বাবে ইয়াৰ ক’ড COR ৰখা হৈছিল। )১৯৭২ চনৰ শীত অলিম্পিকলৈ এই ক’ড সমূহ আদৰ্শীকৰণ কৰি বৰ্তমান ৰূপলৈ অনা হয়, যদিও পিছলৈ সালসলনি নোহোৱা নহয়। তাৰপৰি
চোভিয়েত ইউনিয়ন
ৰ বিভাজন,
জাৰ্মানী
ৰ বিভাজন আৰু একীকৰণ,
যুগোশ্লাভিয়া
ৰ খণ্ডিতকৰণ,
ছেক্শ্লা্ভাকিয়া
ৰ বিভাজন আৰু বহুতো ভৌগোলিক পূণৰ্নামকৰণ ইত্যাদিৰ বাবে এই ৰাষ্ট্ৰক’ড সমূহ সময়ে সময়ে সলনি কৰিব লগা হৈছে।
উদ্ধৃতিৰ প্ৰয়োজন
প্ৰায় দুশ “ জাতীয় অলিম্পিক সমিতি” সমিতিৰ এই তালিকা খনৰ বাহিৰেও, জাতীয় পাৰা-অলিম্পিক সমিতি সমূহকো
আন্তৰ্জাতিক অলিম্পিক সমিতি
ৰ আদৰ্শীকৃত ৰাষ্ট্ৰক’ডৰ প্ৰয়োজন হয়। মাকাও আৰু ফেৰ’ দেশৰ ক’ড হ’ল ক্ৰমে MAC আৰু FRO।
বৰ্তমান ৰাষ্ট্ৰীয় অলিম্পিক কমিটিসমূহ (এনঅ’চি)
সম্পাদনা কৰক
বৰ্তমান অলিম্পিক মুভমেণ্টৰ মাজত ২০৪টা এনঅ’চি (
ৰাষ্ট্ৰীয় অলিম্পিক কমিটি
) আছে। তলৰ টেবুলখনত IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি, প্ৰত্যেক অলিম্পিক সমিতিৰ নামেৰে সৈতে বৰ্তমান ব্যৱহাৰ হোৱা ক’ডসমূহ আৰু লগতে আগতে ব্যৱহাৰ হোৱা আন ক’ড ( যদি আছে), IOC ৰ আধিকাৰিক প্ৰতিবেদন অনুসৰি সন্নিৱিষ্ট কৰা হৈছে। কিছুমান আগতে ব্যৱহাৰ ক’ডৰ সবিশেষ পিছৰ শাখা বিলাকত দিয়া হৈছে। কেৱল কোনো গ্ৰীষ্ম (Summer Games) বা শীতকালীন অলিম্পিকৰ (Winter Games) বাবে ব্যৱহাৰ হোৱা ক’ড সমূহ ক্ৰমে "S" আৰু "W" ৰে সুচিত কৰা হৈছে।
সূচক:
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
AFG
[1]
আফগানিস্তান
ALB
[2]
আলবেনিয়া
ALG
[3]
আলজেৰিয়া
AGR (1964), AGL (1968 S)
AND
[4]
আন্দৰা
ANG
[5]
আংগলা
ANT
[6]
নেডাৰলেণ্ডচ এনটাইল্লেচ
ARG
[7]
আৰ্জেণ্টিনা
ARM
[8]
আৰ্মেনিয়া
ARU
[9]
আৰুবা
ASA
[10]
আমেৰিকান চমোৱা
AUS
[11]
অষ্ট্ৰেলিয়া
AUT (1956 W)
AUT
[12]
অষ্ট্ৰিয়া
AUS (1956 W)
AZE
[13]
আজেৰবাইজান
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
BAH
[14]
বাহামাছ
BAN
[15]
বাংলাদেশ
BAR
[16]
বাৰ্বাড'ছ
BAD (1964)
BDI
[17]
বুৰুণ্ডী
BEL
[18]
বেলজিয়াম
BEN
[19]
বেনিন
DAY (1964), DAH (1968–1976)
BER
[20]
বাৰ্মুদা
BHU
[21]
ভূটান
BIH
[22]
বচনিয়া আৰু হাৰজেগ’ভিনা
BSH (1992 S)
BIZ
[23]
বেলাইজ
HBR (1968–1972)
BLR
[24]
বেলাৰুছ
BOL
[25]
বলিভিয়া
BOT
[26]
বৎচোৱানা
BRA
[27]
ব্ৰাজিল
BRN
[28]
ব্ৰুণেই
BRU
[29]
ব্ৰুণেই
BUL
[30]
বুলগেৰিয়া
BUR
[31]
বাৰ্কিনা ফাছো
VOL (1972–1984)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
CAF
[32]
চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক
AFC (1968)
CAM
[33]
কম্বোডিয়া
CAB (1964), KHM (1972–1976)
CAN
[34]
কানাডা
CAY
[35]
কেমেন দ্বীপপুঞ্জ
CGO
[36]
কংগো
CHA
[37]
চাদ
CHD (1964)
CHI
[38]
চিলি
CIL (1956 W, 1960 S)
CHN
[39]
চীন
CIV
[40]
আইভৰি ক’ষ্ট
IVC (1964), CML (1968)
CMR
[41]
কেমেৰুন
COD
[42]
কংগো গণৰাজ্য
COK (1968), ZAI (1972–1996)
COK
[43]
কুক দ্বীপসমূহ
COL
[44]
কলম্বিয়া
COM
[45]
কম'ৰছ
CPV
[46]
কেপ ভাৰ্ডে
CRC
[47]
কষ্টা ৰিকা
COS (1964)
CRO
[48]
ক্ৰয়েছিয়া
CUB
[49]
কিউবা
CYP
[50]
চাইপ্ৰাছ
CZE
[51]
চেক গণৰাজ্য
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
DEN
[52]
ডেনমাৰ্ক
DAN (1960 S, 1968 W), DIN (1968 S)
DJI
[53]
দীজিবৌটি
DMA
[54]
ডমিনিকা
DOM
[55]
ডমিনিকান গণৰাজ্য
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
ECU
[56]
ইকুৱেডৰ
EGY
[57]
ইজিপ্ত
RAU (1960, 1968), UAR (1964)
ERI
[58]
এৰিট্ৰিয়া
ESA
[59]
এল চালভাড’ৰ
SAL (1964–1976)
ESP
[60]
স্পেইন
SPA (1956–1964, 1968 W)
EST
[61]
এষ্ট’নিয়া
ETH
[62]
ইথিঅ'পিয়া
ETI (1960, 1968)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
FIJ
[63]
ফিজি
FIG (1960)
FIN
[64]
ফিনলেণ্ড
FRA
[65]
ফ্ৰান্স
FSM
[66]
মাইক্ৰ’নেছিয়া
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
GAB
[67]
গেবন
GAM
[68]
গাম্বিয়া
GBR
[69]
গ্ৰেট ব্ৰিটেইন
GRB (1956 W–1960), GBI (1964)
GBS
[70]
গুইনিয়া-বিচ্চাও
GEO
[71]
জৰ্জিয়া
GEQ
[72]
বিষুৱীয় গিনি
GER
[73]
জাৰ্মানী
ALL (1968 W), ALE (1968 S)
GHA
[74]
ঘানা
GRE
[75]
গ্ৰীচ
GRN
[76]
গ্ৰেনেডা
GUA
[77]
গুৱেটমালা
GUT (1964)
GUI
[78]
গুইনিয়া
GUM
[79]
গুৱাম
GUY
[80]
গুৱানা
GUA (1960), GUI (1964)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
HAI
[81]
হাইটি
HKG
[82]
হংকং
HOK (1960–1968)
HON
[83]
হন্দুৰাছ
HUN
[84]
হাংগেৰী
UNG (1956 W, 1960 S)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
INA
[85]
ইণ্ডোনেছিয়া
INS (1960)
IND
[86]
ভাৰত
IRI
[87]
ইৰান
IRN (1956–1988), IRA (1968 W)
IRL
[88]
আয়াৰলেণ্ড
IRQ
[89]
ইৰাক
IRK (1960, 1968)
ISL
[90]
আইচলেণ্ড
ICE (1960 W, 1964 S)
ISR
[91]
ইজৰাইল
ISV
[92]
ভাৰ্জিন দ্বীপপুঞ্জ
ITA
[93]
ইটালী
IVB
[94]
ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
JAM
[95]
জামাইকা
JOR
[96]
জৰ্ডান
JPN
[97]
জাপান
GIA (1956 W, 1960 S), JAP (1960 W)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
KAZ
[98]
কাজাখাস্তান
KEN
[99]
কেনিয়া
KGZ
[100]
কিৰগিজস্তান
KIR
[101]
কিৰিবাছ
KOR
[102]
দক্ষিণ কোৰিয়া
COR (1956 W, 1960 S, 1968 S, 1972 S)
KSA
[103]
চৌদি আৰৱ
ARS (1968–1976), SAU (1980–1984)
KUW
[104]
কুৱেইট
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
LAO
[105]
লাউচ
LAT
[106]
লাটভিয়া
LBA
[107]
লিবিয়া
LYA (1964), LBY (1968 W)
LBR
[108]
লাইবেৰিয়া
LCA
[109]
ছেইণ্ট লুছিয়া
LES
[110]
লেছথ’
LIB
[111]
লেবানন
LEB (1960 W, 1964 S)
LIE
[112]
লাইচটেনষ্টাইন
LIC (1956 W, 1964 S, 1968 W)
LTU
[113]
লিথুৱানিয়া
LIT (1992 W)
LUX
[114]
লাক্সেমবাৰ্গ
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
MAD
[115]
মাদাগাস্কাৰ
MAG (1964)
MAR
[116]
মৰক্কো
MRC (1964)
MAS
[117]
মালেয়েছিয়া
MAL (1964–1988)
MAW
[118]
মালাৱী
MDA
[119]
মলডভা
MLD (1994)
MDV
[120]
মালদ্বীপ
MEX
[121]
মেক্সিকো
MGL
[122]
মংগোলিয়া
MON (1968 W)
MHL
[123]
মাৰ্ছাল দ্বীপপুঞ্জ
MKD
[124]
মেছেদনীয়া
MLI
[125]
মালি
MLT
[126]
মালটা
MAT (1960–1964)
MNE
[127]
মণ্টেনেগ্ৰ
MON
[128]
মনাকো
MOZ
[129]
মজাম্বিক
MRI
[130]
মৰিছাছ
MTN
[131]
মৌৰিতানিয়া
MYA
[132]
ম্যানমাৰ
BIR (1960, 1968–1988), BUR (1964)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
NAM
[133]
নামিবিয়া
NCA
[134]
নিকাৰাগুৱা
NCG (1964), NIC (1968)
NED
[135]
নেদাৰলেণ্ড
OLA (1956 W), NET (1960 W), PBA (1960 S), NLD (1964 S), HOL (1968–1988)
NEP
[136]
নেপাল
NGR
[137]
নাইজেৰিয়া
NGA (1964)
NIG
[138]
নাইজাৰ
NGR (1964)
NOR
[139]
নৰৱে
NRU
[140]
নাউৰু
NZL
[141]
নিউজিলেণ্ড
NZE (1960, 1968 W)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
OMA
[142]
ওমান
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
PAK
[143]
পাকিস্তান
PAN
[144]
পানামা
PAR
[145]
পাৰাগুৱে
PER
[146]
পেৰু
PHI
[147]
ফিলিপাইন
FIL (1960, 1968)
PLE
[148]
পেলেষ্টাইন
PLW
[149]
পালাউ
PNG
[150]
পাপুৱা নিউগিনি
NGY (1976–1980), NGU (1984–1988)
POL
[151]
পোলেণ্ড
POR
[152]
পৰ্তুগাল
PRK
[153]
উত্তৰ কোৰিয়া
NKO (1964 S, 1968 W), CDN (1968)
PUR
[154]
পুৱেৰ্ট’ ৰিক’
PRI (1960), PRO (1968)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
QAT
[155]
কাটাৰ
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
ROU
[156]
ৰোমানিয়া
ROM (1956–1960, 1972–2006), RUM (1964–1968)
RSA
[157]
দক্ষিণ আফ্ৰিকা
SAF (1960–1972)
RUS
[158]
ৰাছিয়া
RWA
[159]
ৰুৱাণ্ডা
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
SAM
[160]
চামোৱা
SEN
[161]
ছেনেগাল
SGL (1964)
SEY
[162]
ছেচেল্লেচ
SIN
[163]
ছিংগাপুৰ
SKN
[164]
ছেইণ্ট কিট্টিচ আৰু নেভিচ
SLE
[165]
ছিয়েৰা লিয়ন
SLA (1968)
SLO
[166]
শ্ল’ভেনিয়া
SMR
[167]
ছান মাৰিণ'
SMA (1960–1964)
SOL
[168]
চল’মন দ্বীপপুঞ্জ
SOM
[169]
ছোমালিয়া
SRB
[170]
ছাৰ্বিয়া
SRI
[171]
শ্ৰীলংকা
CEY (1960–1972)
STP
[172]
চাও টমে আৰু প্ৰিন্সিপে
SUD
[173]
ছুদান
SUI
[174]
ছুইজাৰলেণ্ড
SVI (1956 W, 1960 S), SWI (1960 W, 1964 S)
SUR
[175]
ছুৰিনাম
SVK
[176]
শ্ল'ভাকিয়া
SWE
[177]
ছুইডেন
SVE (1956 W, 1960 S), SUE (1968 S)
SWZ
[178]
স্বাজিলেণ্ড
SYR
[179]
ছিৰিয়া
RAU (1960), SIR (1968)
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
TAN
[180]
তাঞ্জানিয়া
TGA
[181]
টংগা
TON (1984)
THA
[182]
থাইলেণ্ড
TJK
[183]
তাজিকিস্তান
TKM
[184]
তুৰ্কমেনিস্তান
TLS
[185]
টিমুৰ লেষ্টে
IOA (
Individual Olympic Athletes
, 2000)
TOG
[186]
তগ’
TPE
[187]
চাইনিজ টাইপেই
RCF (1960), TWN (1964–1968), ROC (1972–1976)
TRI
[188]
ট্ৰিনিদাদ আৰু ট'বেগ'
TRT (1964–1968)
TUN
[189]
তুনিছিয়া
TUR
[190]
তুৰস্ক
TUV
[191]
টুভালু
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
UAE
[192]
সংযুক্ত আৰৱ আমিৰাত
UGA
[193]
উগাণ্ডা
UKR
[194]
ইউক্ৰেইন
URU
[195]
উৰুগুৱে
URG (1968)
USA
[196]
আমেৰিকা যুক্তৰাষ্ট্ৰ
SUA (1960 S), EUA (1968 S)
UZB
[197]
উজবেকিস্তান
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
VAN
[198]
ভানুৱাটু
VEN
[199]
ভেনিজুৱেলা
VIE
[200]
ভিয়েটনাম
VET (1964), VNM (1968–1976)
VIN
[201]
ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
YEM
[202]
য়েমেন
সম্পাদনা কৰক
দেশৰ সংকেত
উদ্ধৃতি
ৰাষ্ট্ৰ (NOC)
অন্যান্য ব্যৱহৃত সংকেত
ZAM
[203]
জাম্বিয়া
NRH (1964)
ZIM
[204]
জিম্বাৱৱে
RHO (1960–1972)
ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলসমূহ
সম্পাদনা কৰক
এতিয়ালৈকে ব্যৱহাৰ হৈ থকা ক'ডসমূহ
সম্পাদনা কৰক
১৩টা ঐতিহাসিক " জাতীয় অলিম্পিক সমিতি" আৰু দলৰ ক'ড বিলাক IOC য়ে এতিয়াও তেওঁলোকৰ ফলফলৰ তথ্যভাণ্ডাৰত ব্যৱহাৰ কৰি আহিছে।
যাতে সেইসময়ত পদক পোৱা লোকসকলৰ কথা সঠিক ভাৱে উল্লেক খৰিব পাৰি।
Code
Nation/Team
Other codes used
AHO
নেডাৰলেণ্ডচ এনটাইল্লেচ
ANZ
অষ্ট্ৰেলেছিয়া
BOH
বহেমিয়া
BWI
ব্ৰিটিছ ৱেষ্ট ইণ্ডিছ
ANT (1960, 1968), WID (1964)
EUA
Unified Team of Germany
GER (1956–1964)
EUN
Unified Team
FRG
পশ্চিম জাৰ্মানী
ALL (1968 W), ALE (1968 S), GER (1972–1976)
GDR
পূব জাৰ্মানী
ADE (1968)
SCG
ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো
YUG (1996 S-2002 W)
TCH
চেক’শ্লভাকিয়া
CSL (1956 W), CZE (1960 W), CSV (1960 S), CZS (1964 S), CHE (1968 S)
URS
ছ'ভিয়েট সংঘ
SOV (1968 W)
YUG
য়ুগোশ্লভিয়া
JUG (1956–1960, 1968 W), YUS (1964 S)
ZZX
Mixed teams
===Obsolete codes===
সংকেত
ৰাষ্ট্ৰ (NOC)
বছৰসমূহ
Notes
BIR
বাৰ্মা
১৯৪৮–১৯৮৮
বৰ্তমানৰ
ম্যানমাৰ
(MYA)
CEY
চেলন
১৯৪৮–১৯৭২
বৰ্তমানৰ
শ্ৰীলংকা
(SRI)
DAH
দাহ’মে
১৯৬৪–১৯৭৬
বৰ্তমানৰ
বেনিন
(BEN)
HBR
ব্ৰিটিছ অন্দুৰাছ
১৯৬৮–১৯৭২
বৰ্তমানৰ
বেলাইজ
(BIZ)
KHM
খেমাৰ প্ৰজাতন্ত্ৰ
১৯৭২–১৯৭৬
বৰ্তমানৰ
কম্বোডিয়া
(CAM)
MAL
মালায়া
১৯৫৬–১৯৬০
Competed independently prior to the formation of
Malaysia
in ১৯৬৩
বৰ্তমানৰ
মালেয়েছিয়া
(MAS)
NBO
উত্তৰ বোৰ্নিঅ’
১৯৫৬
NRH
উত্তৰ ৰ’দিছিয়া
১৯৬৪
বৰ্তমানৰ
জাম্বিয়া
(ZAM)
RAU
সংযুক্ত আৰৱ গণৰাজ্য
১৯৬০
বৰ্তমানৰ
ইজিপ্ত
(EGY)
and
ছিৰিয়া
(SYR)
RHO
ৰ’দিছিয়া
১৯৬০–১৯৭২
বৰ্তমানৰ
জিম্বাৱৱে
(ZIM)
ROC
চীন প্ৰজাতন্ত্ৰ
১৯৩২–১৯৭৬
বৰ্তমানৰ competing under the name '
চাইনিজ টাইপেই
(TPE)
SAA
চাৰ
১৯৫২
Competed independently prior to rejoining
পশ্চিম জাৰ্মানী
(FRG)
in ১৯৫৭.
UAR
সংযুক্ত আৰৱ গণৰাজ্য
১৯৬৪
বৰ্তমানৰ
ইজিপ্ত
(EGY)
VOL
আপাৰ ভল্টা
১৯৭২–১৯৮৪
বৰ্তমানৰ
বাৰ্কিনা ফাছো
(BUR)
YAR
উত্তৰ য়েমেন
১৯৮৪–১৯৮৮
Competed independently prior to
Yemeni unification
in ১৯৯০.
বৰ্তমানৰ
য়েমেন
(YEM)
YMD
দক্ষিণ য়েমেন
১৯৮৮
ZAI
জাইৰে
১৯৭২–১৯৯৬
বৰ্তমানৰ
কংগো গণৰাজ্য
(COD)
ব্ৰিটিছ গায়ানা
১৯৪৮–১৯৬৪
বৰ্তমানৰ
গুৱানা
(GUY)
গল্ড ক'ষ্ট
১৯৫২
বৰ্তমানৰ
ঘানা
(GHA)
IOC য়ে কোনো ৰাষ্ট্ৰৰ পদনাম সলনি কৰা বাবে প্ৰয়োজন হোৱা দুটা উল্লেখযোগ্য ক'ড পৰিৱৰ্তন হ'ল:
১৯৯২ অলিম্পিকত, হলেণ্ডৰ নাম নেদাৰলেণ্ড ঘোষণা কৰা বাবে .
HOL
পৰিবৰ্তিত কৰি
NED
কৰা হয়।
ইৰাণৰ নাম
Islamic Republic of Iran' হোৱা বাবে
IRN
সলাই ইৰাণৰ ক'ড
IRI
কৰা হয়, ১৯৯২ পিছৰ পৰা।
বিশেষ সংকেতসমূহ
সম্পাদনা কৰক
ANZ
: ১৯০৮ আৰু ১৯১২ চনৰ অলিম্পিকত আগৰ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ খেলুৱৈৰে গঠিত অষ্ট্ৰেলেচিয়া নামৰ দলটোৰ ক’ড
ANZ
আজিকালি IOC ৰ মেডেল তথ্যভাণ্ডাৰত ব্যৱহৃত হয়।
to identify the team from
Australasia
,১৯২০ চনৰ পৰা দুইখন দেশে পৃথক ভাৱে দল পঠিয়াই আহিছে।
EUA
: IOC ৰ মেডেল তথ্যভাণ্ডাৰত, ১৯৫৬ চনৰ পৰা ১৯৬৪ চনৰ মাজৰ কালছোৱাৰ পশ্চিম জাৰ্মানী আৰু পূব জাৰ্মানীৰ সন্মিলিত দলদুটাক বুজাবলৈ
EUA
ক’ডটো ব্যৱহাৰ কৰা হয়। এই সয়মছোৱাত হোৱা ছখন আলিম্পিকৰ আধিকাৰিক প্ৰতিবেদন সমূহত এই দলটোত কেৱল' জাৰ্মানী' বুলি জনা গৈছিল।
EUN
: ১৯৯২ চনৰ শীত আৰু গ্ৰীষ্মকালীন আলিম্পিকত প্ৰাক্তন চোভিয়েত ইউনিয়নৰ প্ৰায়বিলাক দেশ লগলাগি গঠন কৰা দলতোক বুজাবলৈ
EUN
ক’ড ব্যৱহাৰ কৰা হয়। সেইবাৰ কেৱল
বাল্টিক দেশ
বিলাকেহে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাকী ১২খন দেশে ১৯৯৪ বা ১৯৯৬ চনৰ পৰাহে সূকীয়াকৈ দল পঠোৱা আৰম্ভ কৰে।
IOP
:ৰাষ্ট্ৰসংঘৰ নিষিদ্ধকৰণৰ পৰিপ্ৰেক্ষিতত১৯৯২ চনৰ
যুগোশ্লাভিয়া
ৰ খেলুৱৈ সকলে অংশগ্ৰহণ নিজৰ দেশৰ নামত অলিম্পিকত যোগদান কৰিব নোৱাৰিছিল। নোৱাৰিছিল। তেওঁলোকক ‘স্বতন্ত্ৰ অলিম্পিক খেলুৱৈ’
(Independent Olympic Participants)
হিচাপে খেলিবৰ অনুমতি দি, তেওঁলোকৰ বাবে
IOP
ক’ড স্থিৰ কৰা হৈছিল।
IOA
: ২০০০ চনত ‘টিমৰ লেষ্টে’
(Timor-Leste)
ৰ NOC গঠিত নোহোৱা বাবে তেওঁলোকক ব্যক্তিগত অলিম্পিক খেলুৱৈ
( Individual Olympic Participants)
হিচাপে
IOA
ক’ডৰ তলত খৈলিবলৈ অনুমতি দিয়া হৈছিল। এই
IOA
২০১২ চনৰ পুনৰ ব্যৱহাৰ কৰা হব। ২০১২ চনত ইয়াৰ অৰ্থ কৰা হব স্বতন্ত্ৰ আলিম্পিক এথলেট
( Independent Olympic Athletes)
, ইয়াত আগৰ
নেডাৰলেণ্ড এণ্টিলেচ
ৰ এথলেট সকলৰ লগতে
দক্ষিণ চুডান
ৰ এজন দৌৰবিদ থাকিব। নেডাৰলেণ্ড এণ্টিলেচৰ আলিম্পিক সমিতিৰ সদস্য পদ যোৱাবছৰ খাৰিজ কৰা হয় আৰু দক্ষিণ চুডানে এতিয়ালৈকে সমিতি গঠন কৰা নাই।
IOC
:২০১০ চনৰ এচিয়ান গেমচ
কুটেইট
ৰ এথলেট সকলক বুজাবলৈ
IOC
ক’ড ব্যৱহাৰ কৰা হৈছিল,কাৰণ কুৱেইট অলিম্পিক সমিতিক সেই সময়ছোৱাত বৰ্খাস্ত কৰা হৈছিল।
ZZX
: নানান দেশৰ মিশ্ৰ এথলেট সকলে লাভ কৰা পদকৰ কথা বুজাবলৈ
ZZX
ক’ড ব্যৱহাৰ কৰা হয়( যেনে
ফ্ৰান্স
আৰু
ব্ৰিটেইন
ৰ মিশ্ৰ দল), এনে পৰিস্থিতি ১৮৯৬, ১৯০০ আৰু ১৯০৪ চনত হোৱা দেখা গৈছিল।
লগতে চাওক
সম্পাদনা কৰক
Comparison of IOC, FIFA, and ISO 3166 country codes
List of FIFA country codes
Lists of
National Olympic Committees
by continental association:
Association of National Olympic Committees of Africa
European Olympic Committees
Oceania National Olympic Committees
Olympic Council of Asia
Pan American Sports Organization
List of participating nations at the Summer Olympic Games
List of participating nations at the Winter Olympic Games
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
Mallon, Bill;
Ove Karlsson
(May 2004).
"IOC and OCOG Abbreviations for NOCs"
(PDF).
Journal of Olympic History
খণ্ড
12
(2): 25–28. Archived from
the original
on 2010-08-08
। আহৰণ কৰা হৈছে: 2008-02-08
Faroe Islands
Macau, China
Official name given to the
Republic of China
for Olympic competition
5.0
5.1
"Olympic Medal Winners"
. International Olympic Committee
। আহৰণ কৰা হৈছে: 2008-02-08
অন্যান্য সংযোগসমূহ
সম্পাদনা কৰক
(PDF)
VII Olympic Winter Games Cortina d'Ampezzo 1956 Official Report
. প্ৰকাশক Rome: Società Grafica Romana. পৃষ্ঠা. 70. Archived from
the original
on 2008-08-28
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Robert Rubin (PDF).
VIII Olympic Winter Games Squaw Valley California 1960 Final Report
. California Olympic Commission. পৃষ্ঠা. 92. Archived from
the original
on 2018-12-25
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Giacomini, Romolo (May 1963) (PDF).
The Games of the XVII Olympiad Rome 1960, The Official Report of the Organizing Committee, Volume 2
. প্ৰকাশক Rome: Carlo Colombo. পৃষ্ঠা. 56. Archived from
the original
on 2008-05-27
। আহৰণ কৰা হৈছে: 2008-02-04
(PDF)
The Official Report of the Games of the XVIII Olympiad, Tokyo 1964, Volume II
. প্ৰকাশক Tokyo: The Organizing Committee for the Games of the XVIII Olympiad. October 1966. পৃষ্ঠা. 1. Archived from
the original
on 2018-12-25
। আহৰণ কৰা হৈছে: 2008-02-04
(PDF)
th
Winter Olympic Games Official Report
. Comité d'Organisation des xèmes Jeux Olympiques d'Hiver de Grenoble. 1969. পৃষ্ঠা. 401. Archived from
the original
on 2008-02-26
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Trueblood, Beatrice (1969) (PDF).
The Official Report of the Organizing Committee of the Games of the XIX Olympiad Mexico 1968, Volume 3: The Games
. Organizing Committee of the Games of the XIX Olympiad. পৃষ্ঠা. 16–17. Archived from
the original
on 2012-06-29
। আহৰণ কৰা হৈছে: 2008-02-05
(PDF)
The Official Report of XIth Winter Olympic Games, Sapporo 1972
. The Organizing Committee for the Sapporo Olympic Winter Games. 1973. পৃষ্ঠা. 434–455.
ISBN
0-900315-05-9
. Archived from
the original
on 2008-02-26
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Kunze, Herbert (1974) (PDF).
The official report of the Organizing Committee for the Games of the XXth Olympiad Munich 1972, Volume 3 The competitions
. প্ৰকাশক Munich: proSport. পৃষ্ঠা. 14. Archived from
the original
on 2016-01-06
। আহৰণ কৰা হৈছে: 2008-02-04
(ed.) Bertl Neumann (PDF).
XII.Olympische Winterspiele Innsbruck 1976 Final Report
. Organizing Committee for the XIIth Winter Olympic Games 1976 at Innsbruck. পৃষ্ঠা. 163. Archived from
the original
on 2008-02-26
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Chantigny, Louis (1978) (PDF).
Games of the XXI Olympiad Montréal 1976 Official Report, Volume III Results
. প্ৰকাশক Montreal: COJO 76. পৃষ্ঠা. 7. Archived from
the original
on 2007-09-27
। আহৰণ কৰা হৈছে: 2008-02-05
(ed.) I. T. Novikov (1981) (PDF).
Games of the XXII Olympiad Moscow 1980, Volume 3 Participants and Results
. প্ৰকাশক Moscow: Fizkultura i Sport. পৃষ্ঠা. 9–10. Archived from
the original
on 2007-09-27
। আহৰণ কৰা হৈছে: 2008-02-05
(PDF)
Official Report of the Organising Committee of the XlVth Winter Olympic Games 1984 at Sarajevo
. প্ৰকাশক Sarajevo: Oslobodenje. 1984. পৃষ্ঠা. 89–90. Archived from
the original
on 2011-11-26
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Perelman, Richard B. (1985) (PDF).
Official Report of the Games of the XXIIIrd Olympiad Los Angeles 1984, Volume 2 Competition Summary and Results
. Los Angeles Olympic Organizing Committee. পৃষ্ঠা. 202.
ISBN
0-9614512-0-3
. Archived from
the original
on 2012-08-30
। আহৰণ কৰা হৈছে: 2008-02-05
(ed.) Rodney Chapman (1988) (PDF).
XV Olympic Winter Games Official Report
. Calgary Olympic Development Association. পৃষ্ঠা. 621–645.
ISBN
0-921060-26-2
. Archived from
the original
on 2011-01-14
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Lee Kyong-hee (September 1989) (PDF).
Games of the XXIVth Olympiad Seoul 1988 Official Report, Volume 2: Competition Summary and Results
. Seoul Olympic Organizing Committee. পৃষ্ঠা. 150–161. Archived from
the original
on 2007-09-30
। আহৰণ কৰা হৈছে: 2008-02-05
(ed.) Claudie Blanc, Jean-Marc Eysseric (1992).
"Results"
(PDF).
Official Report of the XVI Winter Olympic Games of Albertville and Savoie
. প্ৰকাশক Albertville, France: Comité d'organisation des XVIes Jeux olympiques d'hiver d'Albertville et de la Savoie. পৃষ্ঠা. 3.
ISBN
2-9507109-0-5
. Archived from
the original
on 2008-02-26
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Cuyàs, Romà (1992) (PDF).
Official Report of the Games of the XXV Olympiad Barcelona 1992, Volume IV The Games
. COOB'92. পৃষ্ঠা. 396–397.
ISBN
84-7868-097-7
. Archived from
the original
on 2009-09-23
। আহৰণ কৰা হৈছে: 2008-02-05
"Volume IV"
(PDF).
Official Report of the XVII Olympic Winter Games
. 1994. পৃষ্ঠা. 63. Archived from
the original
on 2010-12-02
। আহৰণ কৰা হৈছে: 2008-01-31
(ed.) Watkins, Ginger T. (1997) (PDF).
The Official Report of the Centennial Olympic Games, Volume III The Competition Results
. প্ৰকাশক Atlanta: Peachtree Publishers. পৃষ্ঠা. viii–ix.
ISBN
1-56145-150-9
. Archived from
the original
on 2007-09-27
। আহৰণ কৰা হৈছে: 2008-02-05
(ed.) Shinano Mainichi Shimbun (1998).
"Volume Three Competition Results and Participants"
(PDF).
The XVIII Olympic Winter Games Official Report
. The Organizing Committee for the XVIII Olympic Winter Games, Nagano 1998. পৃষ্ঠা. 12.
ISBN
4-7840-9827-5
. Archived from
the original
on 2008-02-26
। আহৰণ কৰা হৈছে: 2008-01-31
Sydney Organising Committee for the Olympic Games. (2001).
"National Olympic Committees"
(PDF).
Official Report of the XXVII Olympiad, Volume Three: Results
. Sydney Organising Committee for the Olympic Games. পৃষ্ঠা. 1–5.
ISBN
0-9579616-1-8
. Archived from
the original
on 2007-09-27
। আহৰণ কৰা হৈছে: 2008-02-05
"List of National Olympic Committees Participating in the XIX Olympic Winter Games in Salt Lake City"
(PDF). International Olympic Committee. 2002-01-30
। আহৰণ কৰা হৈছে: 2008-02-07
(ed.) Skarveli, Efharis; Zervos, Isabel (November 2005) (PDF).
Official Report of the XXVIII Olympiad, Volume Two: The Games
. Athens 2004 Organising Committee for the Olympic Games. পৃষ্ঠা. 528–529.
ISBN
960-88101-7-5
. Archived from
the original
on 2008-08-19
। আহৰণ কৰা হৈছে: 2008-02-05
প্ৰ
Olympic Games
Sports
Venues
Ceremonies
Medals
Medal tables
Medalists
Bidding
IOC
NOCs
Country codes
Symbols
Torch relays
Summer Games
1896
1900
1904
1906
1908
1912
1916
1920
1924
1928
1932
1936
1940
1944
1948
1952
1956
1960
1964
1968
1972
1976
1980
1984
1988
1992
1996
2000
2004
2008
2012
2016
2020
2024
2028
Winter Games
1924
1928
1932
1936
1940
1944
1948
1952
1956
1960
1964
1968
1972
1976
1980
1984
1988
1992
1994
1998
2002
2006
2010
2014
2018
2022
Discounted
ex post facto
by the IOC.
Cancelled due to
World War I
Cancelled due to
World War II
প্ৰ
Lists by country
Lists of country-related topics
Countries and territories
International rankings
by country
Maps
Politics
Religion
Sovereign states
Codes
Call sign (ITU) prefixes
Country calling codes
FIFA country codes
FIPS country codes
Internet TLDs
IOC country codes
ISO country codes
Ship prefixes
Names and symbols
Anthems
Coats of arms
Demonyms
Etymologies
Flags
National emblems
National mottos
Native names
Politics and
government
Abortion law
Administrative divisions
Capital punishment
Current heads of state and government
Date of formation
Elections
First Spouses
Intelligence agencies
Legislatures
by size
Militaries
by size
Office-holders
Ruling political parties
Systems of government
by date of transition to republican system of government
UN member states
Voting systems
Demographics
and
geographical
rankings
Area
Birth rate
Death rate
Divorce rate
Population
density
graphical
growth rate
past and future
urban
স্থানসমূহ
Cemeteries
Cities
Islands
National capitals
former
National parks
Schools
Universities and colleges
বিশ্ব ঐতিহ্যবাহী স্থান
Other data
Association football (soccer)
Battles
Cardinals
Censorship
Common surnames
Cuisines
Currencies
Education
Emergency contraception availability
GDP (nominal)
Historical exchange rates to the USD
Human rights
Internet censorship
Legality of cannabis
Legality of euthanasia
LGBT rights
Mains electricity
Music genres
Muslim populations
Newspapers
Novelists
Official languages
People
oldest
tallest
Polygamy
Prostitution
Railway companies
School leaving age
Tallest structures
Television networks
Tram and light-rail transit systems
Articles that include one or more maps are shown in
italics
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
দেশৰ সংকেত
দেশৰ তালিকা
অলিম্পিক
অদৃশ্য শ্ৰেণীসমূহ:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ
আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা
বিষয় যোগ কৰক
US