ভাৰতীয় ভাষা - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ ভাষা
বৃহত্তৰ ভাৰতৰ ভাষা পৰিয়াল
নিহালী, কুচুণ্ডা, আৰু
থাই
ভাষা দেখুৱা হোৱা নাই
আধিকাৰিক ভাষা
অসমীয়া
বাংলা
বড়ো
ডোগ্ৰী
ইংৰাজী
গুজৰাটী
হিন্দী
কন্নড়
কাশ্মিৰী
কোংকণী
মৈথিলী
মালয়ালম
মণিপুৰী
মাৰাঠী
নেপালী
ওড়িয়া
পঞ্জাবী
সংস্কৃত
চাঁওতালি
সিন্ধী
তামিল
তেলেগু
উৰ্দু
আঞ্চলিক ভাষা
অৱধী
অংগিকা
ভোজপুৰী
ব্ৰজাৱলী
ছত্তীছগঢ়ী
দেউৰী
ডিমাছা
ডোটেলী
গঢ়ৱালী
গাৰো
খাছী
জয়ন্তীয়া
কামতাপুৰী
কাৰ্বি
ককবৰক
কুমাঊঁনী
মগধী
মিজো
মিচিং
নেৱাৰী
ৰাভা
ৰাজস্থানী
সম্বলপুৰী
তুলু
ভাৰতৰ ভাষাসমূহ
বহুতো ভাষা পৰিয়ালত বিভক্ত, যাৰ ভিতৰত মুখ্য দুটা হৈছে ইণ্ডো-আৰ্য ভাষা (
ভাৰত-আৰ্য ভাষা
বুলিও কোৱা হয়)—যি ৭৮.০৫%
ভাৰতীয়ই
কোৱা ভাষাসমূহৰ অন্তৰ্গত; আৰু দ্ৰাবিড় ভাষা—যি ১৯.৬৪% ভাৰতীয়ই ব্যৱহাৰ কৰে।
এই দুয়োটা পৰিয়ালক একেলগে কেতিয়াবা
ইণ্ডিক ভাষা পৰিয়াল
বুলিও কোৱা হয়।
বাকী ২.৩১% লোকৰ দ্বাৰা কোৱা ভাষাসমূহ অষ্ট্ৰʼএচিয়াটিক, চীন-তিব্বতীয়, টাই-কাদাই, আন্দামানীয়া আৰু কিছুমান সৰু ভাষা পৰিয়াল তথা বিচ্ছিন্ন ভাষাৰ অন্তৰ্গত।
:283
ভাৰতীয় লোকভাষা পৰীক্ষণৰ তথ্য অনুসৰি, ভাষাৰ সংখ্যাৰ দিশৰ পৰা পাপুৱা নিউগিনিৰ পিছত (৮৪০টা ভাষা), ভাৰত দ্বিতীয় স্থানত আছে (৭৮০টা ভাষা)।
এথন'লগে
এই সংখ্যা ৪৫৬ বুলি দাঙি ধৰিছে।
ভাৰতীয় সংবিধান
ৰ ৩৪৩ অনুচ্ছেদত উল্লেখ কৰা হৈছে যে সংঘ চৰকাৰৰ চৰকাৰী ভাষা হ'ল
দেৱনাগৰী লিপি
ত লিখা
হিন্দী ভাষা
, যদিও ১৯৪৭ৰ পিছৰ ১৫ বছৰলৈ
ইংৰাজী ভাষা
ৰ ব্যৱহাৰ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল। ১৯৬৩ চনৰ ভাষা ব্যৱহাৰ আইনে এই ব্যৱহাৰ অনিৰ্দিষ্টকাললৈকে আগবঢ়াই ৰাখিবলৈ অনুমতি দিয়ে।
চৰকাৰী কাৰ্যৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰ হ'ল "আন্তঃৰাষ্ট্ৰীয় ৰূপৰ
ভাৰতীয় সংখ্যা
",
10
11
যাক সাধাৰণতে ইংৰাজী ভাষাত আৰবী সংখ্যা বুলি কোৱা হয়।
12
বহুতে বিশ্বাস কৰে যদিও হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়;
ভাৰতীয় সংবিধান
ত কোনো ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ স্বীকৃতি দিয়া হোৱা নাই।
13
14
ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত ২২টা ভাষাৰ নাম তালিকাভুক্ত কৰা হৈছে,
15
যাক
তালিকাভুক্ত ভাষা
বুলিও কোৱা হয় আৰু ইয়াক চৰকাৰী স্বীকৃতি, মৰ্যাদা আৰু প্ৰোৎসাহন দিয়া হৈছে। তাৰ উপৰিও, ভাৰত চৰকাৰে শাস্ত্ৰীয় ভাষা ৰূপে
অসমীয়া
বাংলা
কন্নড়
মালয়ালম
মাৰাঠী
ওড়িয়া
পালি
প্ৰাকৃত
সংস্কৃত
তামিল
আৰু
তেলুগুক
স্বীকৃতি প্ৰদান কৰিছে। এই মৰ্যাদা সেই ভাষাসমূহক দিয়া হয় যাৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীন বিকাশ আছে।
16
ইতিহাস
সম্পাদনা কৰক
দক্ষিণ ভাৰতীয় ভাষাসমূহ দ্ৰাবিড় পৰিয়ালৰ। দ্ৰাবিড় ভাষাসমূহ ভাৰতীয় উপমহাদেশৰ থলুৱা।
17
খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত ভাৰতত আদিদ্ৰাবিড় ভাষা প্ৰচলিত হৈছিল আৰু খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দৰ আশে-পাশে বিভিন্ন শাখালৈ বিভাজিত হ’বলৈ আৰম্ভ কৰিছিল।
18
দ্ৰাবিড় ভাষাসমূহক চাৰিটা ভাগত বিভক্ত কৰা হৈছে: উত্তৰ, মধ্য (কোলামি–পাৰ্জী), দক্ষিণ-মধ্য (তেলেগু–কুই), আৰু দক্ষিণ দ্ৰাবিড় (তামিল-কন্নড়)।
19
ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল
ৰ অন্তৰ্গত
ভাৰত-আৰ্য্য শাখাৰ
পৰা উত্তৰ ভাৰতীয় ভাষাসমূহ মধ্যযুগৰ মধ্য ভাৰত-আৰ্য্য
প্ৰাকৃত ভাষা
আৰু অপভ্ৰংশৰ মাজেৰে পুৰণি ভাৰত-আৰ্য্য ভাষাৰ পৰা বিকশিত হৈছিল। ভাৰত-আৰ্য্য ভাষাৰ বিকাশ আৰু উদ্ভৱ তিনিখন পৰ্যায়ত বিভক্ত — পুৰণি ভাৰত-আৰ্য্য (খ্ৰী.পূ. ১৫০০–৬০০), মধ্য ভাৰত-আৰ্য্য (খ্ৰী.পূ. ৬০০–খ্ৰী. ১০০০), আৰু নতুন ভাৰত-আৰ্য্য (খ্ৰী. ১০০০–১৩০০)। আধুনিক উত্তৰ ভাৰতীয় ভাৰত-আৰ্য্য ভাষাসমূহ সকলো নতুন ভাৰত-আৰ্য্য যুগত সুকীয়া, চিনাকি ভাষাৰূপে বিকশিত হৈছিল।
20
উত্তৰ-পূব ভাৰতত চীন-তিব্বতীয় ভাষাসমূহৰ ভিতৰত মেইতেই ভাষা (আনুষ্ঠানিকভাৱে
মণিপুৰী ভাষা
নামেৰে জনাজাত) মণিপুৰ ৰাজ্যৰ ৰাজদৰবাৰৰ ভাষা আছিল (মেইতেই: মেইতেইলেইপাক)। মণিপুৰ ভাৰতীয় গণৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ আগতে দৰবাৰ সভাসমূহত এই ভাষাক সন্মান প্ৰদৰ্শন কৰা হৈছিল। পদ্ম বিভূষণ পুৰস্কাৰ বিজয়ী সুনীতি কুমাৰ চেটাৰ্জীকে ধৰি বহু বিশিষ্ট ভাষাতত্ত্বজ্ঞৰ মতে এই ভাষাৰ অস্তিত্বৰ ইতিহাস প্ৰায় ১৫০০–২০০০ বছৰ পুৰণি।
21
22
মণিপুৰৰ "মণিপুৰ ৰাজ্য সংবিধান আইন, ১৯৪৭"-ত মণিপুৰী আৰু ইংৰাজীক ৰাজ্যিক আদালতৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
23
24
পাৰ্চী ভাষা (বা ফাৰ্চী) গাজনাভিদ আৰু অন্যান্য তুৰ্কো-আফগান বংশীয় শাসকসকলে দৰবাৰী ভাষা হিচাপে ভাৰতলৈ অনিছিল। সাংস্কৃতিকভাৱে পাৰ্চীকৃত এই শাসকসকল, পিছৰ তুৰ্কো-মংগোল উৎসৰ মোগল বংশৰ সৈতে মিলি, ৫০০ বছৰতকৈও অধিক সময় ধৰি ভাৰতৰ শিল্প, সাহিত্য আৰু ইতিহাসৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল, যাৰ ফলত বহু ভাৰতীয় ভাষাৰ পাৰ্চীকৰণ ঘটিছিল, বিশেষকৈ শব্দভাণ্ডাৰৰ ক্ষেত্ৰত। ১৮৩৭ চনত ব্ৰিটিছ চৰকাৰে প্ৰশাসনিক কাম-কাজত পাৰ্চী ভাষাৰ সলনি ইংৰাজী আৰু পাৰ্চো-আৰবী লিপিত লিখা হিন্দুস্তানীৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। ১৯শ শতিকাৰ হিন্দী আন্দোলনে পাৰ্চীকৃত শব্দসমূহৰ সলনি সংস্কৃত-ভিত্তিক শব্দ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল আৰু পাৰ্চো-আৰবী লিপিৰ সলনি দেৱনাগৰীক প্ৰচলন কৰিছিল।
25
26
উত্তৰ ভাৰতৰ বিভিন্ন ভাষাই বিভিন্ন উৎসৰ পৰা প্ৰভাৱ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, হিন্দুস্তানী ভাষাত সংস্কৃত, আৰবী আৰু পাৰ্চী ভাষাৰ গভীৰ প্ৰভাৱ পৰিছিল; এই ভাষাটোৰ দ্বৈত ৰূপ হিচাপে আধুনিক মানক হিন্দী আৰু আধুনিক মানক উৰ্দুৰ সৃষ্টি হৈছিল। আনহাতে, বাংলা ভাষাই ইয়াৰ সংস্কৃতভিত্তি অটুট ৰাখি পাৰ্চী, ইংৰাজী, ফৰাচী আৰু অন্যান্য বিদেশী ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি ইয়াৰ শব্দভাণ্ডাৰ বিস্তৃত কৰিছে।
27
28
ভাৰতীয় ভাষা সম্পৰ্কে সংগ্ৰহীত তথ্য
সম্পাদনা কৰক
ভাৰতীয় উপমহাদেশৰ ভাষাগত বৈচিত্ৰ্যৰ প্ৰথম চৰকাৰী সমীক্ষা ১৮৯৮ ৰ পৰা ১৯২৮ চনলৈকে ছাৰ জৰ্জ এব্ৰাহাম গ্ৰিয়াৰচনৰ দ্বাৰা কৰা হৈছিল।
ভাষাতাত্ত্বিক সমীক্ষা (Linguistic Survey of India)
শীৰ্ষক এই সমীক্ষাত মুঠ ১৭৯টা ভাষা আৰু ৫৪৪টা উপভাষাৰ কথা উল্লিখিত হৈছে।
29
যদিও এই ফলাফলত "ভাষা" আৰু "উপভাষা"ৰ মাজৰ বিভেদ, অনভিজ্ঞ কৰ্মচাৰী ব্যৱহাৰ আৰু দক্ষিণ ভাৰতৰ তথ্য যথাযথভাৱে অন্তৰ্ভুক্ত নকৰাৰ বাবে অসংগতি দেখা গৈছিল। কিছুমান ৰাজ্যত এই সমীক্ষাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।
30
ভাষাৰ পৰিয়াল অনুসৰি ভাৰতৰ ভাষাসমূহ (Ethnologue)ৰ তথ্য অনুসৰি
31
চীন-তিব্বতীয় (৩৪.৯০%)
ইণ্ডো-ইউৰোপীয়
(৩৩.০১%)
দ্ৰাভিড় ভাষাগোষ্ঠী (১৯.৮১%)
অষ্ট্ৰ'এছিয়াটিক (৭.৫৪%)
আন্দামানী (৩.৩০%)
ক্ৰা-দাই (১.১৭%)
একক (Isolates) (০.২৩%)
Ethnologue
, যি খ্ৰীষ্টান ধৰ্মপ্ৰচাৰক সংগঠন SIL International-ৰ দ্বাৰা প্ৰকাশিত, তাত ভাৰতৰ বাবে ৪৩৫টা ভাষা তালিকাভুক্ত আছে, যাৰ ভিতৰত ৪২৪টা জীৱিত আৰু ১১টা বিলুপ্ত। এই ৪২৪টা জীৱিত ভাষাক
Ethnologue
-এ তলত দিয়া শ্ৰেণীবিভাগ অনুসৰি ভাগ কৰিছে:
31
32
প্ৰতিষ্ঠানিক – ৪৫
স্থিৰ – ২৪৮
সংকটাপন্ন – ১৩১
লুপ্ত – ১১
ভাৰতৰ এখন ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠান
People's Linguistic Survey of India
(PLSI)-এ দেশজুৰি কৰা এখন বৃহৎ ভাষা সমীক্ষাত ৭৮০ৰো অধিক ভাষা আৰু ৬৬টা ভিন্ন লিপিৰ অস্তিত্ব ৰেকৰ্ড কৰিছে, যাক তেওঁলোকে ভাৰতৰ আটাইতকৈ ডাঙৰ ভাষাতাত্ত্বিক সমীক্ষা বুলি দাবী কৰিছে।
33
Anthropological Survey of India-ৰ
People of India
(POI) প্ৰকল্প অনুসৰি, ভাৰতৰ ৫,৬৩৩টা গোটে নিজৰ ভিতৰৰ যোগাযোগৰ বাবে মুঠ ৩২৫টা ভাষা ব্যৱহাৰ কৰে।
34
ভাৰতৰ জনগণনাৰ তথ্য
সম্পাদনা কৰক
ভাৰতৰ লোকপিয়লে ভাষা আৰু উপভাষা বিষয়ক তথ্য সংগ্ৰহ কৰে আৰু প্ৰকাশ কৰে, যদিও তেওঁলোকে "ভাষা" আৰু "মাতৃভাষা" শব্দ দুটাৰ ব্যৱহাৰত নিজৰ সংজ্ঞা প্ৰয়োগ কৰে। অনেক মাতৃভাষা, যাক তেওঁলোকে এখন ভাষাৰ অন্তৰ্গত উপভাষা হিচাপে দৰ্শায়, ভাষাতাত্ত্বিক দৃষ্টিকোণে সৰ্বাংশতঃ এখন পৃথক ভাষা হিচাপে গণ্য হ'ব পাৰে। বিশেষকৈ বহু দশমিলিয়ন বক্তাৰ মাতৃভাষা হিন্দী ভাষাৰ অন্তৰ্গত হিচাপে দৰ্শোৱা হৈছে।
১৯৫১
এই বছৰত হিন্দী, উৰ্দু আৰু পাঞ্জাবীৰ বাবে পৃথক তথ্য প্ৰকাশ কৰা হোৱা নাছিল, কাৰণ পূব পঞ্জাব,
হিমাচল প্ৰদেশ
দিল্লী
, PEPSU, আৰু বিলাসপুৰ আদিত জনাই দিয়া তথ্য ইচ্ছাকৃতভাৱে বিভ্ৰান্তিপূৰ্ণ আছিল।
35
১৯৬১
এই বছৰত ৪৩,৮৯,৩৬,৯১৮ জনৰ দ্বাৰা ঘোষণা কৰা তথ্য অনুসৰি ১,৬৫২টা মাতৃভাষা চিনাক্ত কৰা হৈছিল।
36
যদিও ঘোষণাকাৰীয়ে প্ৰায়ে ভাষা, উপভাষা, বৰ্ণ, পেছা, ধৰ্ম, অঞ্চল বা ৰাষ্ট্ৰৰ নাম সংমিশ্ৰণ কৰিছিল।
36
ফলত বহু অতি সৰু ভাষাৰ লগতে "আফ্ৰিকান", "কানাডিয়ান", "বেলজিয়ান" আদি অবিচ্ছিন্ন শব্দো এই তালিকাত অন্তৰ্ভুক্ত হৈছিল।
36
১৯৯১
এই বছৰত ১,৫৭৬টা চিনাক্ত মাতৃভাষা দৰ্শোৱা হৈছিল।
37
ইয়াৰ ভিতৰত ২২টা ভাষাৰ দশ লাখৰো অধিক মাতৃভাষী আছিল, ৫০ টাৰ লাখৰ নিচেই কম আৰু ১১৪ টাৰ ১০ হাজাৰতকৈ অধিক। বাকী ভাষাসমূহৰ সংযুক্ত মাতৃভাষীসংখ্যা আছিল ৫,৬৬,০০০।
38
২০০১
এই বছৰত ১,৬৩৫টা যুক্তিসংগত মাতৃভাষা, ২৩৪টা পৰিচিত মাতৃভাষা আৰু ২২টা প্ৰধান ভাষাৰ কথা উল্লেখ কৰা হৈছে।
39
ইয়াৰ ভিতৰত ২৯টা ভাষাৰ দশ লাখতকৈ অধিক মাতৃভাষী, ৬০ টাৰ লাখৰ তলত আৰু ১২২ টাৰ ১০ হাজাৰতকৈ অধিক বক্তা আছিল।
40
কোৰ্গ অঞ্চলৰ কোডাৱা যেনে কিছুমান ভাষাৰ নিজৰ লিপি নাথাকিলেও স্থানীয়ভাৱে কথিত।
২০১১
২০১১ চনৰ লোকপিয়লৰ অনুসন্ধানত ১৯,৫৬৯টা ভাষাগত তথ্যসমূহ পৰীক্ষা আৰু যুক্তিকৰণৰ পিছত ১,৩৬৯টা যুক্তিসংগত মাতৃভাষা স্বীকৃত দিয়া হৈছে আৰু ১,৪৭৪ টাক ‘‘অশ্ৰেণীবদ্ধ’’ হিচাপে ‘‘অন্যান্য মাতৃভাষা’’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।
41
এই ১,৩৬৯ টাৰ ভিতৰত ১০ হাজাৰৰো অধিক বক্তা থকা মাতৃভাষাসমূহক সঠিকভাৱে গোট দিয়া হোৱাত মুঠ ১২১টা ভাষাৰ তালিকা তৈয়াৰ কৰা হৈছে, যাৰ ভিতৰত ২২টা ভাষা ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত আৰু বাকী ৯৯টা ভাষাক ‘‘অন্যান্য ভাষা’’ হিচাপে গণ্য কৰা হৈছে।
42
অধিকাৰিক ভাষা
সম্পাদনা কৰক
43
ভাষা
ভাষা পৰিয়াল
ভাষীকৰ সংখ্যা
(২০০১, নিযুতত)
44
ৰাজ্য
অসমীয়া
ইণ্ডো-আৰ্য
পূৰ্বাঞ্চল
১৩
অসম
অৰুণাচল প্ৰদেশ
উৰ্দু
ইণ্ডো-আৰ্য
, মধ্য
৫২ (ভাৰতত)
জম্মু-কাশ্মীৰ
অন্ধ্ৰ প্ৰদেশ
দিল্লী
বিহাৰ
উত্তৰ প্ৰদেশ
ওড়িয়া
ইণ্ডো-আৰ্য
, পূৰ্বাঞ্চল
৩৩
ওড়িশা
কন্নড়
দ্ৰাবিড়
৩৮
কৰ্ণাটক
কাশ্মিৰী
ইণ্ডো-আৰ্য
৫.৫
জম্মু আৰু কাশ্মীৰ
কোংকণী
ইণ্ডো-আৰ্য
, দক্ষিণাত্য
২.৫
গোৱা
কৰ্ণাটক
মহাৰাষ্ট্ৰ
কেৰালা
গুজৰাটী
ইণ্ডো-আৰ্য
, পশ্চিমাঞ্চল
৪৬
দাদৰা আৰু নগৰ হাৱেলি
দমন আৰু দিউ
গুজৰাট
চাঁওতালি
মুণ্ডা
৬.৫
বিহাৰ
ছত্তীছগঢ়
ঝাড়খণ্ড
ওড়িশা
ৰ অংশবিশেষ লৈ গঠিত
চোট্টা নাগপুৰ পথাৰ
-ৰ চাঁওতালি আদিবাসী সকল,
পশ্চিমবংগ
অসম
ডোগ্ৰী
ইণ্ডো-আৰ্য
, উত্তৰ-পশ্চিমাঞ্চল
২.৩
জম্মু আৰু কাশ্মীৰ
তামিল
দ্ৰাবিড়
৬১
তামিলনাডু
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
পণ্ডিচেৰী
তেলুগু
দ্ৰাবিড়
৭৪
অন্ধ্ৰ প্ৰদেশ
আন্দামান নিকোবৰ দ্বীপপুঞ্জ
পণ্ডিচেৰী
নেপালী
ইণ্ডো-আৰ্য
, উত্তৰাঞ্চল
২.৯ (ভাৰতত)
ছিক্কিম
পশ্চিমবংগ
অসম
পঞ্জাবী
ইণ্ডো-আৰ্য
, উত্তৰ-পশ্চিমাঞ্চল
২৯ (ভাৰতত)
পঞ্জাব
চণ্ডিগড়
হাৰিয়ানা
দিল্লী
বাংলা
(বঙালী)
ইণ্ডো-আৰ্য
, পূৰ্বাঞ্চল
৮৩ (ভাৰতত)
পশ্চিমবংগ
ত্ৰিপুৰা
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
আৰু
অসম
ৰ বৰাক উপত্যকাত
বড়ো
তিব্বত-বৰ্মী
১.৪
অসম
মেইতেই
(মণিপুৰী)
তিব্বত-বৰ্মী
১.৫
মণিপুৰ
মালয়ালম
দ্ৰাবিড়
৩৩
কেৰালা
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
লাক্ষাদ্বীপ
পণ্ডিচেৰী
মাৰাঠী
ইণ্ডো-আৰ্য
, দাক্ষিনাত্য
৭২
মহাৰাষ্ট্ৰ
গোৱা
দাদৰা আৰু নগৰ হাৱেলি
দমন আৰু দিউ
মধ্য প্ৰদেশ
কৰ্ণাটক
মৈথিলী
ইণ্ডো-আৰ্য
, পূৰ্বাঞ্চল
১২
বিহাৰ
সংস্কৃত
ইণ্ডো-আৰ্য
০.০১
অক্ষেত্ৰীয়
সিন্ধী
ইণ্ডো-আৰ্য
, উত্তৰ-পশ্চিমাঞ্চল
২.৫ (ভাৰতত)
জম্মু আৰু কাশ্মীৰ
আদৰ্শ হিন্দী
ইণ্ডো-আৰ্য
, মধ্য
ভাৰত
45
উত্তৰ প্ৰদেশ
মধ্য প্ৰদেশ
বিহাৰ
ছত্তীছগঢ়
ঝাড়খণ্ড
উত্তৰাখণ্ড
দিল্লী
ৰাজস্থান
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
অৰুণাচল প্ৰদেশ
চণ্ডীগড়
হাৰিয়ানা
হিমাচল প্ৰদেশ
বহুভাষিকতা
সম্পাদনা কৰক
ভাৰতৰ এখন বিপদ সংকেতৰ চিহ্ন য'ত আঠটা ভাষা ব্যৱহাৰ কৰা হৈছে, আৰু প্ৰতিটো ভাষাই পৃথক লিপিত।
কোচিত মলয়ালম, ইংৰাজী, হিন্দী, তামিল আৰু কন্নড ভাষাত লিখা এটা পঞ্চভাষিক ৰাষ্ট্ৰীয় ঘাইপথৰ সংকেত চিহ্ন।
২০১১ চনৰ ভাৰতীয় জনগণনা
সম্পাদনা কৰক
ভাৰতৰ ভাষাসমূহ (২০১১)
হিন্দী
(৪৩.৬৩%)
বাংলা
(৮.৩০%)
মাৰাঠী
(৬.৮৩%)
তেলুগু
(৬.৭০%)
তামিল
(৫.৭০%)
গুজৰাটী
(৪.৫৮%)
উৰ্দু
(৪.১৯%)
কন্নড়
(৩.৬১%)
ওড়িয়া
(৩.১০%)
ভাৰতত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ভাষা হিচাপে কিমান লোকে কি ভাষাত কথা পাতে (২০১১ চনৰ জনগণনা)
ভাষা
ভাষা-পৰিয়াল
প্ৰথম ভাষা
দ্বিতীয়
ভাষা
তৃতীয়
ভাষা
মুঠ বক্তা
সংখ্যা
46
মুঠ জনসংখ্যাৰ
শতাংশ
বক্তাৰ সংখ্যা (মিলিয়ন)
(মিলিয়ন)
47
মুঠ জনসংখ্যাৰ
শতাংশ
48
হিন্দী
ইণ্ডো-আৰ্য
৫২,৮৩৪৭,১৯৩
৪৩.৬৩%
১৩৯
২৪
৬৯২
৫৭.১%
বাংলা
ইণ্ডো-আৰ্য
৯৭,২৩৭,৬৬৯
৮.৩০%
১০৭
৮.৯%
মাৰাঠী
ইণ্ডো-আৰ্য
৮৩,০২৬,৬৮০
৬.৮৬%
১৩
৯৯
৮.২%
তেলুগু
দ্ৰাবিড়ীয়
৮১,১২৭,৭৪০
৬.৭০%
১২
৯৫
৭.৮%
তামিল
দ্ৰাবিড়ীয়
৬৯,০২৬,৮৮১
৫.৭০%
৭৭
৬.৩%
গুজৰাটী
ইণ্ডো-আৰ্য
৫৫,৪৯২,৫৫৪
৪.৫৮%
৬০
৫.০%
উৰ্দু
ইণ্ডো-আৰ্য
৫০,৭৭২,৬৩১
৪.১৯%
১১
৬৩
৫.২%
কন্নড়
দ্ৰাবিড়ীয়
৪৩,৭০৬,৫১২
৩.৬১%
১৪
৫৯
৪.৯%
ওড়িয়া
ইণ্ডো-আৰ্য
৩৭,৫২১,৩২৪
৩.১০%
০.০৩
৪৩
৩.৫%
মালয়ালম
দ্ৰাবিড়ীয়
৩৪,৮৩৮,৮১৯
২.৮৮%
০.০৫
০.০২
৩৬
২.৯%
পঞ্জাবী
ইণ্ডো-আৰ্য
৩৩,১২৪,৭২৬
২.৭৪%
০.০৩
০.০০৩
৩৬
৩.০%
অসমীয়া
ইণ্ডো-আৰ্য
১,৫৩১১,৩৫১
১.২৬%
৭.৪৮
০.৭৪
২৪
২.০%
মৈথিলী
ইণ্ডো-আৰ্য
১,৩৫৮৩,৪৬৪
১.১২%
০.০৩
০.০০৩
১৪
১.২%
মেইতেই
মণিপুৰী
ইণ্ডো-আৰ্য
১,৭৬১,০৭৯
০.১৫%
০.৪
০.০৪
২.২৫
০.২%
ইংৰাজী
ইণ্ডো-ইউৰোপীয়
জাৰ্মানীয়
২৫৯,৬৭৮
০.০২%
৮৩
৪৬
১২৯
১০.৬%
সংস্কৃত
ইণ্ডো-আৰ্য
২৪,৮২১
০.০০১৮৫%
০.০১
০.০০৩
০.০২৫
০.০০২%
ধ্ৰুপদী ভাষা
সম্পাদনা কৰক
২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে কিছুমান প্ৰয়োজনীয়তা পূৰণ কৰা ভাষাক ভাৰতৰ "ধ্ৰুপদী ভাষা"ৰ মৰ্যাদা প্ৰদান কৰিব পাৰি।
49
এতিয়ালৈকে ধ্ৰুপদী বুলি ঘোষণা কৰা ভাষাসমূহ:
তামিল
(২০০৪ চনত),
50
সংস্কৃত
(২০০৫ চনত),
51
কন্নড়
(২০০৮ চনত),
52
তেলুগু
(২০০৮ চনত),
52
মালয়ালম
(২০১৩ চনত),
53
ওড়িয়া
(২০১৪ চনত).
54
অসমীয়া
(২০২৪চনত)
ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰা ভাষা কেইটা হ'ল:
পালি
বাংলা
55
56
মাৰাঠী
57
মৈথিলী
58
আৰু
মেইতেই
মণিপুৰী
ভাষা নামেৰেও জনা যায়। ).
59
60
61
অন্যান্য আঞ্চলিক ভাষা আৰু উপভাষাসমূহ
সম্পাদনা কৰক
২০০১ চনৰ জনগণনাত তলত উল্লেখ কৰা ভাষাসমূহক ১০ লাখতকৈ অধিক মাতৃভাষী থকা বুলি চিনাক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত বেছিভাগ ভাষা হিন্দী ভাষাৰ উপভাষা বা ভিন্ন ৰূপ হিচাপে বিবেচিত হৈছে।
62
ভাষাসমূহ
মাতৃভাষী লোকৰ সংখ্যা
62
ভোজপুৰী
৩,৩০,৯৯,৪৯৭
ৰাজস্থানী
১,৮৩,৫৫,৬১৩
মগহী
/মগহী
১,৩৯,৭৮,৫৬৫
ছত্তীছগঢ়ী
১,৩২,৬০,১৮৬
হাৰিয়াণৱী
৭৯,৯৭,১৯২
মাৰোৱাৰী
৭৯,৩৬,১৮৩
মালৱী
৫৫,৬৫,১৬৭
মেৱাৰী
৫০,৯১,৬৯৭
খোৰঠা/খোত্তা
৪৭,২৫,৯২৭
বুন্দেলী
৩০,৭২,১৪৭
বাঘেলী
২৮,৬৫,০১১
পাহাৰী
২৮,৩২,৮২৫
লম্বাড়ী
২৭,০৭,৫৬২
অৱধী
২৫,২৯,৩০৮
হাড়ৌতী
২৪,৬২,৮৬৭
গঢ়ৱালী
২২,৬৭,৩১৪
নিমাড়ী
২১,৪৮,১৪৬
চাদ্ৰী
২০,৪৪,৭৭৬
কুমাঊঁনী
২০,০৩,৭৮৩
ঢূণ্ঢাড়ী
১৮,৭১,১৩০
তুলু
১৭,২২,৭৬৮
সুৰগুজীয়া
১৪,৫৮,৫৩৩
বাগড়ী
১৪,৩৪,১২৩
বাঞ্জাৰী
১২,৫৯,৮২১
নাগপুৰী
১২,৪২,৫৮৬
সুৰজাপুৰী
১২,১৭,০১৯
কাংগড়ী
১১,২২,৮৪৩
অন্যান্য
সম্পাদনা কৰক
অংগিকা
আহোম
ককবৰক
কমৰ
কামতাপুৰী
(কোচ-ৰাজবংশী),
কাৰ্বি
কুৰ্মালী
কুলূঈ
কোচ
খৰিয়া থাৰ
খাছী
খামটি
গদী
গাৰো
গুজৰী
, গোণ্ডী,
চম্বয়ালী
চিংফৌ
চিলেটী
চুৰাহী
জয়ন্তীয়া
জুমলী
জৌনসাৰী
ডোটেলী
ডিমাছা
দেউৰী
দেশিয়া
নহৰী
নাগামিজ
নেফামিজ
, নেৱাৰী,
পংগৱাড়ী
পালি
পাহাড়ী কিনৌৰী
পৈশাচী
বজ্জিকা
ব্ৰজ
ব্ৰজাৱলী
বিলাসপুৰী
বিষ্ণুপ্ৰিয়া মণিপুৰী
বুক্সা
ভটিয়ালী
ভত্ৰী
ভিলি
ভুঞ্জিয়া (হলবিক)
মণ্ডিয়ালী
মৰাণ
মহাসু পাহাড়ী
মাল পহাড়িয়া
মিচিং
মিজো
, মুণ্ডাৰী,
ৰাজস্থানী
ৰাভা
ৰেলী
সম্বলপুৰী
সিৰমৌৰী
হলবী
হাজং
হাফলং হিন্দী
ব্যৱহাৰিক সমস্যাসমূহ
সম্পাদনা কৰক
"তালিকাভুক্ত" আৰু "অ-তালিকাভুক্ত" চৰকাৰী ভাষাসমূহ
উত্তৰ-পূব ভাৰত
ৰ ৰাজ্যসমূহত; ইয়াৰ অধিকাংশ ভাষা ভাৰতীয় সংবিধানৰ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত স্বীকৃত নহয়।
ভাৰতত বহুতো ভাষা ব্যৱহৃত হয়; যিকোনো এটা ভাষাক একক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাটো সেইসকল লোকৰ বাবে সমস্যাৰ সৃষ্টি কৰে, যাৰ "মাতৃভাষা" ভিন্ন। যদিও, ভাৰতৰ সকলো শিক্ষা পৰিষদে এটা সাধাৰণ ভাষাত মানুহক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন স্বীকৃতি দিছে।
63
উত্তৰ ভাৰতত হিন্দীভাষা নজনাসকলৰ ভাষাগত সমস্যাৰ বিষয়ে অভিযোগ আছে। একেদৰে, উত্তৰ ভাৰতীয়সকলে দক্ষিণ ভাৰত ভ্ৰমণ কৰাৰ সময়ত ভাষাৰ সমস্যাৰ সন্মুখীন হয় বুলি অভিযোগ থাকে। চৰকাৰী ভাষা বাছনি লৈ দৃঢ় বিশ্বাস ৰখা আৰু সেই ভাষাৰ অপ্ৰিয়তাৰ সমান্তৰাল দৃষ্টিভংগী ৰখা লোকৰ মাজত সংঘাতৰ ঘটনা সাধাৰণতে শুনা যায়।
64
স্থানীয় চৰকাৰী ভাষা কমিশন স্থাপন কৰা হৈছে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে এনে ভাষাগত উত্তেজনা আৰু সংঘাত হ্ৰাস পায়।
উদ্ধৃতিৰ প্ৰয়োজন
ইণ্টাৰনেট জগতত উপলভ্য
সম্পাদনা কৰক
Multi-pair translations
ভাষা
ভাষা ক'ড
গুগল ট্ৰান্সলেট
65
ভাষিণী
66
মাইক্ৰ'ছফ্ট অনুবাদক
67
য়াণ্ডেক্স ট্ৰান্সলেট
68
IBM ৱাটছন
69
DeepL
70
অসমীয়া
as
হয়
হয়
হয়
নহয়
নহয়
হয়
অৱধী
awa
হয়
হয়
নহয়
নহয়
নহয়
নহয়
বাংলা
bn
হয়
হয়
হয়
হয়
হয়
হয়
ভোজপুৰী
bho
হয়
হয়
হয়
নহয়
নহয়
হয়
বড়ো
brx
নহয়
হয়
হয়
নহয়
নহয়
নহয়
ব্ৰজ
bra
নহয়
হয়
নহয়
নহয়
নহয়
নহয়
ছত্তীছগঢ়ী
hne
নহয়
নহয়
হয়
নহয়
নহয়
নহয়
ডোগ্ৰী
doi
নহয়
হয়
হয়
নহয়
নহয়
নহয়
গোণ্ডী
gon
নহয়
হয়
নহয়
নহয়
নহয়
নহয়
গুজৰাটী
gu
হয়
হয়
হয়
হয়
হয়
হয়
হিন্দী
hi
হয়
হয়
হয়
হয়
হয়
হয়
হো
hoc
নহয়
হয়
নহয়
নহয়
নহয়
নহয়
কাংগড়ী
xnr
নহয়
হয়
নহয়
নহয়
নহয়
নহয়
কন্নড়
kn
হয়
হয়
হয়
হয়
হয়
নহয়
কাশ্মীৰী
ks
নহয়
হয়
হয়
নহয়
নহয়
নহয়
খাচী
kha
হয়
হয়
নহয়
নহয়
নহয়
নহয়
ককবৰক
trp
হয়
নহয়
নহয়
নহয়
নহয়
নহয়
কোঙ্কণী
kok
হয়
হয়
হয়
নহয়
নহয়
হয়
মগহী
mag
নহয়
হয়
নহয়
নহয়
নহয়
নহয়
মৈথিলী
mai
হয়
হয়
হয়
নহয়
নহয়
হয়
মালয়ালম
ml
হয়
হয়
হয়
হয়
হয়
হয়
মাৰাঠী
mr
হয়
হয়
হয়
হয়
হয়
হয়
মাৰোৱাৰী
mwr
হয়
নহয়
হয়
নহয়
নহয়
নহয়
মেইতেই
(মণিপুৰী)
mni
(script specific: mni-Mtei)
হয়
হয়
হয়
নহয়
নহয়
নহয়
মিজো
lus
হয়
হয়
নহয়
নহয়
নহয়
নহয়
নেপালী
ne
হয়
হয়
হয়
হয়
হয়
হয়
ওড়িয়া
or
হয়
হয়
হয়
নহয়
নহয়
নহয়
পঞ্জাবী
pa
হয়
হয়
হয়
হয়
হয়
হয়
সংস্কৃত
sa
হয়
হয়
হয়
নহয়
নহয়
হয়
চাঁওতালি
sat
হয়
হয়
নহয়
নহয়
নহয়
নহয়
সিন্ধী
sd
হয়
হয়
হয়
নহয়
নহয়
নহয়
তামিল
ta
হয়
হয়
হয়
হয়
হয়
হয়
তেলুগু
te
হয়
হয়
হয়
হয়
হয়
হয়
তুলু
tcy
হয়
হয়
নহয়
নহয়
নহয়
নহয়
উৰ্দু
ur
হয়
হয়
হয়
হয়
হয়
হয়
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
"Indo-Aryan languages"
. Encyclopædia Britannica
। আহৰণ কৰা হৈছে: 10 December 2014
"Hindi languages"
. Encyclopædia Britannica
। আহৰণ কৰা হৈছে: 10 December 2014
Kak, Subhash (January 1996).
"Indic Language Families and Indo-European"
Yavanika
Reynolds, Mike; Verma, Mahendra (2007), Britain, David, ed.,
"Indic languages"
Language in the British Isles
(Cambridge: Cambridge University Press): pp. 293–307,
ISBN
978-0-521-79488-6
, আহৰণ কৰা হৈছে: 4 October 2021
Kak, Subhash.
"On The Classification Of Indic Languages"
Louisiana State University
Moseley, Christopher (10 March 2008).
Encyclopedia of the World's Endangered Languages
. Routledge.
ISBN
978-1-135-79640-2
Seetharaman, G. (13 August 2017).
"Seven decades after Independence, many small languages in India face extinction threat"
The Economic Times
"What countries have the most languages?"
. Ethnologue. 22 May 2019
"Official Language Act | Government of India, Ministry of Electronics and Information Technology"
. meity.gov.in
। আহৰণ কৰা হৈছে: 24 January 2017
Aadithiyan, Kavin (10 November 2016).
"Notes and Numbers: How the New Currency May Resurrect an Old Language Debate"
"Article 343 in The Constitution Of India 1949"
। আহৰণ কৰা হৈছে: 5 March 2020
"Constitution of India"
। আহৰণ কৰা হৈছে: 21 March 2012
Khan, Saeed (25 January 2010).
"There's no national language in India: Gujarat High Court"
The Times of India
"Hindi, not a national language: Court"
. প্ৰকাশক Ahmedabad: The Hindu. 25 January 2010
। আহৰণ কৰা হৈছে: 23 December 2014
Languages Included in the Eighth Schedule of the Indian
Constu
Archived
4 June 2016 at the
Wayback Machine
"Cabinet approves conferring status of Classical Language to Marathi, Pali, Prakrit, Assamese and Bengali languages"
. www.pmindia.gov.in
। আহৰণ কৰা হৈছে: 2 April 2025
Avari, Burjor (11 June 2007).
India: The Ancient Past: A History of the Indian Sub-Continent from C. 7000 BC to AD 1200
. Routledge.
ISBN
9781134251629
Andronov, Mikhail Sergeevich (1 January 2003).
A Comparative Grammar of the Dravidian Languages
. Otto Harrassowitz Verlag. পৃষ্ঠা. 299.
ISBN
9783447044554
Krishnamurti, Bhadriraju (2003).
The Dravidian Languages
. Cambridge University Press. পৃষ্ঠা. 19–20.
ISBN
0521771110
Kachru, Yamuna (1 January 2006).
Hindi
. London Oriental and African language library. John Benjamins Publishing. পৃষ্ঠা. 1.
ISBN
90-272-3812-X
Sanajaoba, Naorem (1988).
Manipur, Past and Present: The Heritage and Ordeals of a Civilization
. Mittal Publications. পৃষ্ঠা. 290.
ISBN
978-81-7099-853-2
Mohanty, P. K. (2006).
Encyclopaedia of Scheduled Tribes in India: In Five Volume
. Gyan Publishing House. পৃষ্ঠা. 149.
ISBN
978-81-8205-052-5
Sanajaoba, Naorem (1993).
Manipur: Treatise & Documents
. Mittal Publications. পৃষ্ঠা. 369.
ISBN
978-81-7099-399-5
Sanajaoba, Naorem (1993).
Manipur: Treatise & Documents
. Mittal Publications. পৃষ্ঠা. 255.
ISBN
978-81-7099-399-5
উদ্ধৃতি ত্ৰুটি: অবৈধ

টেগ;
KachruKachru2008
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
Brass, Paul R. (2005).
Language, Religion and Politics in North India
. iUniverse. পৃষ্ঠা. 129.
ISBN
978-0-595-34394-2
Kulshreshtha, Manisha; Mathur, Ramkumar (24 March 2012).
Dialect Accent Features for Establishing Speaker Identity: A Case Study
. Springer Science & Business Media. পৃষ্ঠা. 16.
ISBN
978-1-4614-1137-6
Robert E. Nunley; Severin M. Roberts; George W. Wubrick; Daniel L. Roy (1999),
The Cultural Landscape an Introduction to Human Geography
, Prentice Hall,
ISBN
0-13-080180-1
, "
... Hindustani is the basis for both languages ...
Aijazuddin Ahmad (2009).
Geography of the South Asian Subcontinent: A Critical Approach
. Concept Publishing Company. পৃষ্ঠা. 123–124.
ISBN
978-81-8069-568-1
। আহৰণ কৰা হৈছে: 17 December 2014
Naheed Saba (18 September 2013).
"2. Multilingualism"
Linguistic heterogeneity and multilinguality in India: a linguistic assessment of Indian language policies
. প্ৰকাশক Aligarh: Aligarh Muslim University. পৃষ্ঠা. 61–68
। আহৰণ কৰা হৈছে: 17 December 2014
31.0
31.1
Lewis, M. Paul; Simons, Gary F.; Fennig, Charles D., eds (2014).
"Ethnologue: Languages of the World (Seventeenth edition) : India"
. প্ৰকাশক Dallas, Texas: SIL International
। আহৰণ কৰা হৈছে: 29 December 2023
Ethnologue : Languages of the World (Seventeenth edition) : Statistical Summaries
Archived
17 December 2014 at the
Wayback Machine
Singh, Shiv Sahay (22 July 2013).
"Language survey reveals diversity"
The Hindu
Banerjee, Paula; Chaudhury, Sabyasachi Basu Ray; Das, Samir Kumar; Bishnu Adhikari (2005).
Internal Displacement in South Asia: The Relevance of the UN's Guiding Principles
. SAGE Publications. পৃষ্ঠা. 145.
ISBN
978-0-7619-3329-8
। আহৰণ কৰা হৈছে: 17 December 2014
Dasgupta, Jyotirindra (1970).
Language Conflict and National Development: Group Politics and National Language Policy in India
. প্ৰকাশক Berkeley: University of California, Berkeley. Center for South and Southeast Asia Studies. পৃষ্ঠা. 47.
ISBN
9780520015906
36.0
36.1
36.2
Mallikarjun, B. (5 August 2002).
"Mother Tongues of India According to the 1961 Census"
Languages in India
(M. S. Thirumalai) খণ্ড
ISSN
1930-2940
। আহৰণ কৰা হৈছে: 11 December 2014
Vijayanunni, M. (26–29 August 1998).
"Planning for the 2001 Census of India based on the 1991 Census"
18th Population Census Conference
. প্ৰকাশক Honolulu, Hawaii, USA: Association of National Census and Statistics Directors of America, Asia, and the Pacific. Archived from
the original
on 19 November 2008
। আহৰণ কৰা হৈছে: 17 December 2014
Mallikarjun, B. (7 November 2001).
"Languages of India according to 2001 Census"
. Languages in India
। আহৰণ কৰা হৈছে: 17 December 2014
"Census Data 2001 : General Note"
. Census of India
। আহৰণ কৰা হৈছে: 11 December 2014
Wischenbart, Ruediger (11 February 2013).
The Global EBook Market: Current Conditions & Future Projections
. "O'Reilly Media, Inc.". পৃষ্ঠা. 62.
ISBN
978-1-4493-1999-1
। আহৰণ কৰা হৈছে: 18 December 2014
"Census of India 2011, Paper 1 of 2018, Language – India, States and Union Territories"
. Census of India Website
। আহৰণ কৰা হৈছে: 29 August 2019
Census Data 2001 General Notes
|access-date = 29 August 2019
"50th Report of the Commissioner for Linguistic Minorities in India (July 2012 to June 2013)"
. Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India
। আহৰণ কৰা হৈছে: 17 September 2016
অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মান্য হিন্দীৰ লগতে অন্য ভাষা, যেনে
ৰাজস্থানী
(৮০ নিযুত),
ভোজপুৰী
(৪০ নিযুত),
অৱধী
(৩৮ নিযুত),
ছত্তীছগঢ়ী
(১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
Census of India: Comparative speaker's strength of Scheduled Languages-1951, 1961, 1971, 1981, 1991, 2001 and 2011
(Report)
"How many Indians can you talk to?"
. Hindustan Times. Archived from
the original
on 2019-12-16
। আহৰণ কৰা হৈছে: 2025-05-26
"How languages intersect in India"
Hindustan Times
. 22 November 2018
"India sets up classical languages"
. BBC. 17 September 2004
"Front Page : Tamil to be a classical language"
The Hindu
(Chennai, India). 18 September 2004
"National : Sanskrit to be declared classical language"
The Hindu
(Chennai, India). 28 October 2005
52.0
52.1
"Declaration of Telugu and Kannada as classical languages"
Press Information Bureau
. Ministry of Tourism and Culture, Government of India
। আহৰণ কৰা হৈছে: 31 October 2008
"'Classical' status for Malayalam"
The Hindu
(Thiruvananthapuram, India). 24 May 2013
"Odia gets classical language status"
The Hindu
. 20 February 2014
"Didi, Naveen face-off over classical language status"
. The New Indian Express
। আহৰণ কৰা হৈছে: 2020-02-12
"Bangla O Bangla Bhasha Banchao Committee"
(en ভাষাত). www.facebook.com
। আহৰণ কৰা হৈছে: 2020-02-12
Clara Lewis (16 April 2018).
"Clamour grows for Marathi to be given classical language status"
The Times of India
Jagran Team (9 July 2021).
"बिहार की एक भी भाषा अब तक नहीं बनी शास्त्रीय भाषा, मैथिली हो सकता शामिल"
Jagran
"Manipur steps up to renew push for inclusion of Manipuri among India's classical languages (time duration of the movement)"
(en-GB ভাষাত).
Imphal Free Press
. Archived from
the original
on 2024-09-21
. "The movement for recognizing Manipuri as a classical language began in 2013, yet there has been a gap in the follow up actions."
"MP for classical language status : 23rd sep20 ~ E-Pao! Headlines"
. e-pao.net
"Process for recognising Manipuri as classical language of India underway: MP Sanajaoba"
(en ভাষাত).
Imphal Free Press
. Archived from
the original
on 2024-09-21
। আহৰণ কৰা হৈছে: 2024-02-25
62.0
62.1
উদ্ধৃতি ত্ৰুটি: অবৈধ

টেগ;
CensusData2001S1
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
"Language and Globalization: Center for Global Studies at the University of Illinois"
. Archived from
the original
on 10 May 2013
। আহৰণ কৰা হৈছে: 26 May 2025
Prakash, A Surya (27 September 2007).
"Indians are no less racial"
The Pioneer
"Language support | Cloud Translation"
(en ভাষাত). Google Cloud
। আহৰণ কৰা হৈছে: 18 September 2021
"Bhashini"
. bhashini.gov.in
। আহৰণ কৰা হৈছে: 2024-01-03
"Language support - Translator - Azure AI services"
(en-us ভাষাত). learn.microsoft.com. 7 November 2023
। আহৰণ কৰা হৈছে: 7 November 2023
"Supported languages"
(en ভাষাত). yandex.com. Archived from
the original
on 22 March 2022
। আহৰণ কৰা হৈছে: 18 September 2021
"IBM Cloud Docs"
. cloud.ibm.com
। আহৰণ কৰা হৈছে: 18 September 2021
"Supported languages"
(en ভাষাত). deepl.com
। আহৰণ কৰা হৈছে: 26 January 2026
বাহ্যিক সংযোগ
সম্পাদনা কৰক
Distribution of languages in India
Languages of India
SIL Ethnologue
list)
Languages and Scripts of India
Reconciling Linguistic Diversity: The History and the Future of Language Policy in India
by Jason Baldridge
Titus - Languages of India
Diversity of Languages in India
Official webpage explains the chronological events related to
Official Languages Act
and amendments
A comprehensive federal government site that offers complete info on Indian Languages
Ethnologue Ethnologue report on the languages of India
Technology Development for Indian Languages, Government of India
Archived
2010-01-30 at the
Wayback Machine
The Official Portal of the Indian Government
প্ৰ
ভাৰতৰ চৰকাৰী ভাষাসমূহ
কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ
আদৰ্শ হিন্দী
ইংৰাজী
ৰাজ্য পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ
অসমীয়া
উৰ্দু
ওড়িয়া
ককবৰক
কঙ্কণী
কন্নড়
কাশ্মিৰী
খাছী
গাৰো
গুজৰাটী
চাঁওতালি
ডোগ্ৰী
তামিল
তেলুগু
নেপালী
পঞ্জাবী
বাংলা
বড়ো
মাৰাঠী
মালয়ালম
মিজো
মৈতৈ (মণিপুৰী)
মৈথিলী
সংস্কৃত
সিন্ধী
হিন্দী
প্ৰ
ভাৰত
সম্পৰ্কীয় প্ৰবন্ধসমূহৰ সূচী
মূল প্ৰবন্ধ
বৰ্ণানুক্ৰমিক তালিকা
ইতিহাস
সাধাৰণ
সময়ৰেখা
অৰ্থনীতি
ভাষাতত্ত্ব
সমুদ্ৰাভিযান
সামৰিক
বিজ্ঞান আৰু প্ৰযুক্তি
গণিততত্ত্ব
জ্যোতিৰ্বিজ্ঞান
ধাতুবিদ্যা
ডাকবিভাগ
প্ৰাক-ঔপনিবেশিক
প্ৰস্তৰ যুগ
সিন্ধু সভ্যতা
আৰ্য অনুপ্ৰৱেশ
বৈদিক যুগ
ষোড়শ মহাজনপদ
মগধ
আদি মধ্যযুগীয় ৰাজ্য
হয়চল
চোল
কাকতীয়
ইছলামী চুলতানি
বিজয়নগৰ
মোগল
শিখ
মাৰাঠা
আহোম
ইউৰোপীয় বাণিজ্য
ঔপনৈবেশিক
ইষ্ট ইণ্ডিয়া কোম্পানী
পলাশীৰ যুদ্ধ
চিপাহী বিদ্ৰোহ
ব্ৰিটিছ ৰাজ
ৰেলপথ
অৰ্থনীতি
সেনাবাহিনী
জমিদাৰী
বাংলাৰ নৱজাগৰণ
ভাৰত শাসন আইন, ১৯০৯
দেশীয় ৰাজ্য
বঙ্গভঙ্গ (১৯০৫)
স্বাধীনতা আন্দোলন
পঞ্চাশৰ মন্বন্তৰ
দ্বিতীয় বিশ্বযুদ্ধ
ভাৰত বিভাগ
ভাৰতীয় প্ৰজাতন্ত্ৰ
সমন্বয়
জোট-নিৰপেক্ষ আন্দোলন
পঞ্চবাৰ্ষিকী পৰিকল্পনা
ভাৰত-চীন যুদ্ধ
ভাৰত-পাকিস্তান যুদ্ধ আৰু সংঘৰ্ষ
সেউজ বিপ্লৱ
শ্বেত বিপ্লৱ
নক্সাল
স্মাইলিং বুদ্ধ
মহাকাশ কৰ্মসূচী
জৰুৰীকালীন অৱস্থা
খালিস্তান আন্দোলন
ভাৰতীয় শান্তি ৰক্ষী বাহিনী
ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ
পোখৰান-২
চৰকাৰ
আইন বলবৎকৰণ
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)
কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)
ক্ৰিমিনাল ইনভেষ্টিগেশন ডিপাৰ্টমেন্ট (চিআইডি)
চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়াল ছিকিউৰিটি ফৰ্চ (চিআইএচএফ)
ইন্দো-টিবেটান সীমান্ত আৰক্ষী (আইটিবিপি)
চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিছ ফৰ্চ (চিআৰপিএফ)
বৰ্ডাৰ ছিকিউৰিটি ফৰ্চ (বিএচএফ)
ব্যুৰো অফ পুলিছ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্ট (বিপিআৰএণ্ডডি)
আইন
ভাৰতৰ সংবিধান
মৌলিক অধিকাৰ, নিৰ্দেশমূলক নীতি আৰু মৌলিক কৰ্তব্য
প্ৰশাসনিক বিভাগ
সংসদ
লোকসভা
ৰাজ্যসভা
শাসনবিভাগ
ৰাষ্ট্ৰপতি
উপৰাষ্ট্ৰপতি
প্ৰধানমন্ত্ৰী
উপপ্ৰধানমন্ত্ৰী
কেবিনেট মন্ত্ৰী
চৰকাৰী সংস্থাসমূহ
বিচাৰবিভাগ
উচ্চতম ন্যায়ালয়
মুখ্য বিচাৰপতি
উচ্চ ন্যায়ালয়
ভাৰতৰ জিলা আদালত
নীতি
বিদেশনীতি
শক্তিনীতি
আইন বলবৎকৰণ: চোৰাংচোৱা
ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং
ইনটেলিজেঞ্চ ব্যুৰো (আইবি)
ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ
সামৰিক বাহিনী
ভাৰতীয় সেনাবাহিনী
ভাৰতীয় নৌবাহিনী
ভাৰতীয় বিমানবাহিনী
ভাৰতীয় উপকূলৰক্ষী বাহিনী
ৰাজনীতি
চেঞ্চৰ ব্যৱস্থা
নিৰ্বাচন
মানৱাধিকাৰ
জাতীয়তাবাদ
ৰাজনৈতিক দল
কংগ্ৰেছ
বিজেপি
বিএচপি
চিপিআই
চিপিআই(এম)
এনচিপি
তৃণমূল
সংৰক্ষণ
কেলেংকাৰী
তফচিলি জাতি আৰু উপজাতি
ধৰ্মনিৰপেক্ষতা
ভাৰতৰ ভূগোল
ভূপ্ৰকৃতি
পৰ্বত
হিমবাহ
আগ্নেয়গিৰি
উপত্যকা
নদ-নদী
হ্ৰদ
মৰুভূমি
দ্বীপ
সৰ্বোচ্চ বিন্দু
জলপ্ৰপাত
সমভূমি(
গাঙ্গেয় সমভূমি
পূৰ্ব উপকূল
পশ্চিম উপকূল
অঞ্চল
পূব ভাৰত
পশ্চিম ভাৰত
উত্তৰ ভাৰত
দক্ষিণ ভাৰত
উত্তৰ-পূব ভাৰত
ৰাজনৈতিক বিভাগ
ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চল
চহৰ
জিলা
স্বায়ত্বশাসিত অঞ্চল
পৌৰসভা
পৰিবেশ
জলবায়ু
জলবায়ু অঞ্চল
ভূতত্ত্ব
পৰিবেশ অঞ্চল
অভয়াৰণ্য
ৰাষ্ট্ৰীয় উদ্যান
বায়োস্ফাৰ ৰিজাৰ্ভ
সংৰক্ষিত এলাকা
বন্যপ্ৰাণী
উদ্ভিদজগৎ
প্ৰাণীজগৎ
অৰ্থনীতি
কৃষি
যোগাযোগ ব্যেস্থা
কোম্পানী
শিক্ষাব্যৱস্থা
শ্বেয়াৰ মাৰ্কেট
বোম্বাই ষ্টক এক্সচেঞ্জ
নেশ্যনেল ষ্টক এক্সচেঞ্জ
স্বাস্থ্যব্যৱস্থা
আয়
দাৰিদ্ৰতা
জীৱনযাত্ৰাৰ মানদণ্ড
ৰিজাৰ্ভ বেংক
টকা
পৰ্যটন
শ্ৰম
বনসৃজন
মৎস্যচাষ
পশুপালন
পৰিবহণ
শক্তি
সৌৰশক্তি
বায়ুশক্তি
পৰমাণু শক্তি
পানী
ভাৰতৰ সংস্কৃতি
শিল্প আৰু বিনোদন
স্থাপত্য
জাতি প্ৰথা
চলচ্চিত্ৰ
খাদ্য
ধ্ৰুপদী নৃত্য
জন পৰিসংখ্যা
পোছাক
লোককথা
ছুটিৰ দিন
ভাষা
সাহিত্য
গণমাধ্যম
মাৰ্চাল আৰ্ট
ভাৰতীয় সংগীত
ধৰ্ম
ক্ৰীড়া
মদ
শিক্ষাব্যৱস্থা
সাক্ষৰতা
উচ্চশিক্ষা বিভাগ
চিবিএচই
চিআইএচচিই
ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংস্থা
সৰ্বশিক্ষা অভিযান
বিশ্ববিদ্যালয় মঞ্জুৰী কমিশ্যন
অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন
ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি
ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট
ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইঞ্চ
আৰু অধিক....
ভাৰত
প্ৰ
পৃথিৱীৰ প্ৰধান ভাষাসমূহ
ইণ্ডো-আৰ্য
/ ইন্দো-ইউৰোপীয়
অসমীয়া
উৰ্দু
ওড়িয়া
কাশ্মিৰী
কোংকণী
গুজৰাটী
ডোগ্ৰী
দিভেহী
নেপালী
পঞ্জাবী
ফিজি হিন্দী
বাংলা
ভোজপুৰী
মাৰাঠী
মৈথিলী
সংস্কৃত
সিংহল
সিন্ধী
হিন্দী
অন্যান্য ইন্দো-ইউৰোপীয়
গ্ৰীক
লেটিন
পালি
দ্ৰাবিড়
কন্নড়
তামিল
তুলু
তেলুগু
ব্ৰাহুই
মালয়ালম
পূৱ এছিয়
কোৰীয়
চীনা
জাপানী
তিব্বতীয়
মঙ্গোলীয়
দক্ষিণ-পূৱ এছিয়
ইন্দোনেছীয়
খামেৰ
ছামোৱান
ছেবুয়ানো
জাভানীয়
তাগালোগ
থাই
ভিয়েটনামীয়
মান
(বাৰ্মীজ),
মাৱৰী
মালাগাছি
মালয়
লাও
সুন্দানীয়
হাৱাইয়ান
আফ্ৰো-এছিয়
অৰ্মো
আমহাৰীক
আৰবী
ছোমালী
টিগ্ৰিনিয়া
হাউচা
হিব্ৰু
ইৰানীয়
অসেটীয়
কুৰ্দিচ
পাস্তু
ফাৰ্চী
বেলুচি
তুৰ্কীয়
আজেৰি
উইগুৰ
উজবেক
কাজাখ
কিৰগিজ
তুৰ্কী
তুৰ্কমেন
জাৰ্মানীয়
আইচলেণ্ডীয়
আফ্ৰিকান
ইংৰাজী
ওলন্দাজ
চেয়েডীয়
জাৰ্মান
ডেনীয়
নৰৱেজীয়
স্কট্‌চ্
ৰোমান
অক্সিত
ইটালীয়
কাতালান
গেলিচিয়ান
পৰ্তুগীজ
ফৰাচী
ৰোমানীয়
স্পেনীয়
স্লাভীয়
আলবেনিয়ান
ইউক্ৰেনীয়
ক্ৰোয়েছীয়
চাৰ্বীয়
চেক
পোলীয়
বচনীয়
বেলাৰুছীয়
বুলগেৰীয়
মেচিডোনীয়
ৰুছ
স্লোভাক
স্লোভেনীয়
কেল্টীয়
আইৰিচ
কৰ্ণিচ্
ৱেলচ্
ব্ৰটন
মাংক্স‌
স্কট্‌চ্ গেলিক
নাইজাৰ-কঙ্গো
ইগবো
ইয়োৰুবা
ৱল্ফ
খোসা
গবে
চিচেওয়া
ছোথো
জুলু
তিগ্ৰিনিয়া
ফুলা
বাণ্টু
(স্বাজী),
ভেণ্ডা
মান্দিং
লিংগালা
সুয়ানা
স্বাহিলী
সোনিনকে
হাউচা
ককেছিয়
আবখাজ
আৰ্মেনীয়
চেচেন
জৰ্জীয়
উৰালীয়
উত্তৰ ছামি
এষ্টোনীয়
ফিনীয়
হাঙ্গেৰীয়
নীল-চাহাৰা
জাৰ্মা
ছোংগে
আমেৰিকাৰ আদিবাসী
আইমাৰা
কেচুৱা
গুৱাৰানী
নিৰ্মিত ভাষা
এস্পেৰেণ্টো
টোকি পোনা
লিংগুয়া ফ্ৰাংকা নোভা
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
ভাষা
ভাৰতৰ ভাষা
পোখালি (ভাৰত)
ভাৰত সম্পৰ্কীয় তালিকা
অদৃশ্য শ্ৰেণীসমূহ:
তথ্যসূত্ৰৰ ত্ৰুটি থকা পৃষ্ঠা
Pages containing cite templates with deprecated parameters
Webarchive template wayback links
Pages using duplicate arguments in template calls
উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ
ভাৰতীয় ভাষা
বিষয় যোগ কৰক