ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া:Village pump
ৰ পৰা পুনঃনিৰ্দেশিত)
অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম।
ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "
ভিলেজ পাম্প
" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল আদি বিভিন্ন নামেৰে উল্লেখ কৰে।
পাঁচটা শিতানত বিভক্ত এই শিতানৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়া সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। তলৰ তালিকাত এই শিতানবোৰৰ বিষয়ে চমু বৰ্ণনা দিয়া হৈছে। পঢ়ুৱৈ বা সংকলকৰ এনে কোনো বিষয়ত কিবা ক'ব লগা থাকিলে উপযুক্ত শিতান সম্পৰ্কীয় পৃষ্ঠাত লিখিব পাৰে। সকলো শিতান একেলগে চাবলৈ
এই সংযোগলৈ গৈ চাব পাৰে
অনুগ্ৰহ কৰি এই পৃষ্ঠাখনত একো নিলিখে যেন
This page is not for discussions.
চমুপথবোৰ
WP:VP
WP:PUMP
WP:VILLAGE
WP:VILLAGEPUMP
ৰাইজৰ চ'ৰাৰ ভাগ/শিতানসমূহ
ৱিকিপিডিয়াৰ নীতি
লিখিব
লক্ষ্য ৰাখক
সন্ধান
ৱিকিপিডিয়াৰ নীতি সম্পৰ্কীয় বিষয়সমূহ (যেনে নতুন নীতিৰ প্ৰস্তাৱ, প্ৰচলিত নীতিৰ সালসলনি আদি) আলোচনাৰ কাৰণে।
ৱিকিমিস্ত্ৰীৰ দোকান
লিখিব
লক্ষ্য ৰাখক
সন্ধান
কাৰিকৰী আলোচনাৰ কাৰণে। ৱিকি ছফ্ট্‌ৱেৰৰ সমস্যা সম্পৰ্কে
Phabricator
-ত লিখিব।
প্ৰস্তাৱসমূহ
লিখক
লক্ষ্য ৰাখক
সন্ধান
ৱিকিপিডিয়াৰ নীতিৰ লগত জড়িত নোহোৱা বিষয়ৰ
নতুন
প্ৰস্তাৱৰ আলোচনাৰ বাবে।
অনুগ্ৰহ কৰি ইংৰাজী ৱিকিপিডিয়াৰ
perennial proposals
আৰু
persistent proposals
এবাৰ চকু ফুৰাই লওক।
উদ্ভাৱনশালা
লিখক
লক্ষ্য ৰাখক
সন্ধান
নতুন ধাৰণা মুকলি কৰাৰ আগতে সদস্যসকলৰ লগত আলোচনা কৰিবলৈ আৰু কোনো সমস্যাৰ সমাধানৰ বাবে।
বিবিধ
লিখক
লক্ষ্য ৰাখক
সন্ধান
অন্য শিতানত খাপ নোখোৱা বিষয়ৰ আলোচনাৰ বাবে।
উদ্দেশ্য
কোন স্থান/পৃষ্ঠালৈ যাব
...ৰাইজৰ চ'ৰাৰ সকলো শিতান একেলগে চাবলৈ
ৰাইজৰ চ'ৰা (সকলো)
...ৰাইজৰ চ'ৰাৰ পুৰণি সংৰক্ষিত আলোচনা চাবলৈ
সন্ধান
...ৱিকিপিডিয়া সম্পৰ্কীয় সাহায্য
সাহায্য কেন্দ্ৰ
...ৱিকিপিডিয়াৰ পথ নিৰ্দেশনা
বিভাগসমূহৰ সূচী
...নিৰ্দিষ্ট তথ্য (যেনে
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি?
প্ৰসংগ মেজ
...কোনো প্ৰবন্ধৰ বিষয়ে গঠনমূলক আলোচনাৰ বাবে
সতীৰ্থৰ মতামত
...
সম্পাদনা সম্পৰ্কীয় বিবাদ
সমাধানৰ বাবে সহায় বিচাৰি বা কোনো
সদস্যৰ ব্যৱহাৰ সম্পৰ্কীয় অভিযোগৰ
কাৰণে ;
মতামত আহ্বান
...কোনো প্ৰবন্ধ সম্পৰ্কে মতামত দিবলৈ
সংশ্লিষ্ট
আলোচনা পৃষ্ঠা
...
ৱিকিমিডিয়াৰ
অন্যান্য প্ৰকল্প
Wikimedia Meta-wiki
...কোনো তথ্য জানিবলৈ বা উদ্ধৃতি দিবলৈ
ৱিকিপিডিয়াৰ উদ্ধৃতি দিবলৈ
...ৱিকিপিডিয়াৰ তথ্য ব্যবহাৰ কৰা ৱেবচাইটৰ সম্পৰ্কে খবৰ দিবলৈ/জানিবলৈ
ৱিকিপিডিয়াৰ পৰা উদ্ভুত ৱেবচাইট
...প্ৰশ্ন সুধিবলৈ/মতামত দিবলৈ
প্ৰশ্ন
...মিডিয়াৱিকিৰ বাৰ্তাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ
মিডিয়াৱিকি বাৰ্তাসমূহ
...অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক পদৰ বাবে আবেদন কৰিবলৈ
প্ৰশাসক পদৰ আবেদনসমূহ
আশা কৰা হয় যে গাঁৱৰ দমকলৰ কাষত ৰাইজ গোট খাই অঞ্চলটোৰ উন্নয়নৰ কথা পতাৰ দৰে ৰাইজৰ চ'ৰাতো সদস্যসকলে ৱিকিপিডিয়াৰ উন্নতিৰ কথা আলোচনা আৰু পৰিকল্পনা কৰিব।
সংৰক্ষণৰ নীতি
সাত দিনতকৈ পুৰণি (সৰ্বশেষ মন্তব্যৰ তাৰিখৰ পৰা আৰম্ভ কৰি) আলোচনা সমূহ অন্য এখন সহযোগী পৃষ্ঠাৰ এটা বিভাগলৈ (
বিভাগৰ নাম
/সাঁচনী পেৰা
) তুলি নিয়া হ'ব পাৰে। ইয়াৰ পাচত প্ৰয়োজন অনুসাৰে যথোপযুক্ত "আলোচনা পৃষ্ঠা"লৈ লৈ যোৱা হ'ব পাৰে। এনে আলোচনাবোৰ চাব খুজিলে
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰাৰ সাঁচতীয়া তথ্য
চাব পাৰে।
অন্যান্য দ্ৰষ্টব্য
Community bulletin board
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
ৱিকিপিডিয়াৰ আলোচনা
ৱিকিপিডিয়া প্ৰশাসন
অদৃশ্য শ্ৰেণী:
অবৈধভাৱে সুৰক্ষা সাঁচ স্থাপন কৰা ৱিকিপিডিয়া প্ৰবন্ধসমূহ
ৱিকিপিডিয়া
ৰাইজৰ চ'ৰা
বিষয় যোগ কৰক