ৱিকিপিডিয়া - অসমীয়া ৱিকিপিডিয়া
সমললৈ যাওক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই প্ৰবন্ধটো সাধাৰণভাৱে ৱিকিপিডিয়াৰ বিষয়ে। ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণৰ বিষয়ে জানিবৰ বাবে
অসমীয়া ৱিকিপিডিয়া
চাওক।
ৱিকিপিডিয়া
ৱিকিপিডিয়াৰ প্ৰতীক, বিভিন্ন লিখন প্ৰণালীৰ গ্লিফ্ সম্বলিত এটা গোলক
Screenshot
প্ৰকল্পৰটোৰ বিভিন্ন ভাষিক সংস্কৰণ দেখুওৱা ৱিকিপিডিয়া প'ৰ্টেল
ছাইটৰ প্ৰকাৰ
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা
৩৩৬ টা সংস্কৰণ
মুখ্য কাৰ্যালয়
মিয়ামি, ফ্ল'ৰিডা
উৎপত্তিৰ দেশ
আমেৰিকা যুক্তৰাষ্ট্ৰ
মালিক
ৱিকিমিডিয়া ফাউণ্ডেছন
(মুনাফাহীন)
সৃষ্টি কৰা ব্যক্তি
জিম্মী ৱেলছ
লেৰী ছেংগাৰ
ৱেবছাইট
Wikipedia
অসমীয়া ৱিকিপিডিয়া
বাণিজ্যিক
নাই
পঞ্জীয়ন
ঐচ্ছিক (কিছুমান বিশেষ কাম যেনে সুৰক্ষিত পৃষ্ঠাৰ সম্পাদনা, পৃষ্ঠাৰ সৃষ্টি বা ফাইল আপল'ড কৰা আদিৰ বাবেহে প্ৰয়োজনীয়)
ৱিকিপিডিয়া
ইংৰাজী
Wikipedia
) হৈছে অব্যৱসায়িক
ৱিকিমিডিয়া ফাউণ্ডেছন
সমৰ্থিত এখন
মুক্ত
ৱেব-ভিত্তিক
সহযোগিতামূলক
বহুভাষিক
বিশ্বকোষ
। বিশ্বৰ প্ৰায় ৪.১ নিযুত
স্বেচ্ছাসেৱকে
সহযোগিতাৰে
ইংৰাজী ৱিকিপিডিয়া
প্ৰায় ৪.৩ মিলিয়ন প্ৰবন্ধ লিখি উলিয়াইছে। যিকোনো মানুহে প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে আৰু ইয়াৰ প্ৰায় ১ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে।
পৃথিৱীৰ কিছুমান ঠাইত ৱিকিপিডিয়া নিষেধ কৰা হৈছে।
জানুৱাৰী ২০১৩ লৈকে ২৮৫টা ভাষাত
ৱিকিপিডিয়াৰ সংস্কৰণ
আছে। বিশ্বজুৰি ৩৬৫ নিযুত পঢ়ুৱৈৰে আৰু
এলেক্সাত
সকলো ৱেবছাইটৰ ভিতৰত ষষ্ঠ স্থানেৰে
ই বিশ্বৰ সৰ্ববৃহৎ আৰু
ইণ্টাৰনেট
ৰ সৰ্বাধিক জনপ্ৰিয় সাধাৰণ প্ৰসংগ কৰ্ম।
ইতিহাস
সম্পাদনা কৰক
২০০১ চনত
জিম্মী ৱেলছ
আৰু
লেৰী ছেংগাৰে
ৱিকিপিডিয়া মুকলি কৰে।
10
ছেংগাৰে
wiki
(সহযোগিতামূলক
ৱেবছাইট
সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি,
হাৱাইয়ান
শব্দ
wiki
ৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু
encyclo
pedia
শব্দ দুটা মিলাই
Wikipedia
শব্দটোৰ উদ্ভাৱন কৰে।
11
and
encyclo
pedia
ৱিকিপিডিয়া বিশেষজ্ঞৰদ্বাৰা লিখা নহয় আৰু ইয়াত থকা বহুতো অবিদ্যায়তনিক বস্তুৰবাবে ই লক্ষণীয় হৈ উঠিছে।
টাইম আলোচনীয়ে
'আপোনাক' (
You
) '২০০৬ চনৰ ব্যক্তি' (
Person of the year
) হিচাপে নিৰ্বাচন কৰিছিল। এই নিৰ্বাচনৰ ভিত্তি আছিল 'ৱেব-২'-ৰ ভিত্তিত নিযুত ব্যক্তিৰ সংযোগী অৱদানেৰে গঠিত কেবাটও ৱেবছাইটৰ সাফল্য। 'ৱিকিপিডিয়া'কে ধৰি এই 'ৱেব-২'ৰ ভিত্তিত গঢ়ি উঠা
ইউটিউব
মাইস্পেছ
ফেইচবুক
ইত্যাদি ৱেবছাইট প্ৰায় একে ধাৰণাৰে গঠিত।
12
বিশ্বকোষ সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া খবৰৰ বাবেও জনপ্ৰিয়, যিকোনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত আপডে'ট কৰা হয়।
13
14
ছাত্ৰসকলক কোনো বিষয়ৰ ওপৰত প্ৰকল্প হিচাপেও প্ৰবন্ধ লিখিবলৈ দিয়া হৈছে।
15
অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত
ৱিকিপিডিয়াত নিয়মাৱলীয়ে সদায়ে তথ্যৰ নিৰ্ভৰযোগ্যতা আৰু নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও, ঠিক এইকেইটা বিষয়ৰ বাবেই ৱিকিপিডিয়া প্ৰায়েই সমালোচনাৰ সম্মুখীন হৈ আহিছে। আকৌ ৱিকিপিডিয়াত জনপ্ৰিয় বিষয়ৰ প্ৰবন্ধৰ সৰহতা আৰু বিশেষজ্ঞ মতামততকৈও কেবাজনৰো সংগঠিত মতামতক বেছি গুৰুত্ব দিয়া নীতিৰ বাবেও ইয়াক সমালোচনা কৰা হৈছে।
16
ৱিকিপিডিয়াৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উঠিছে।
17
আকৌ তথ্য-বিকৃতি আৰু তাৰ জৰিয়তে কোনো ধাৰণা বা ব্যক্তি-বিশেষৰ প্ৰতি বিদ্বেষমূলক প্ৰচাৰকাৰ্য্যৰ বাবেই ৱিকিপিডিয়া সমালোচনাৰ সম্মুখীন হৈছে।
18
অৱশ্যে গৱেষণালব্ধ ফলাফলে দেখুৱায় যে এনে তথ্য-বিকৃতি সাধাৰণতে বেছি দিন থাকিবলৈ নাপায়।
19
20
২০০৫ চনত 'নেচাৰ' পত্ৰিকাত প্ৰকাশিত এটা সমীক্ষাৰ মতে ৱিকিপিডিয়াৰ বিজ্ঞানৰ প্ৰবন্ধবোৰৰ শুদ্ধতা
এনচাইক্ল'পেডিয়া ব্ৰিটানিকা
-ৰ ওচৰচপা আৰু 'ডাঙৰ ভুল'ৰ সংখ্যাও প্ৰায় সমানেই।
21
সম্পাদনা
সম্পাদনা কৰক
এপ্ৰিল, ২০০৬ চনত
ৱিকিমিডিয়া ফাউণ্ডেছনে
এটা ৱিকিপিডিয়া ব্যৱহাৰযোগ্যতা সমীক্ষা কৰে য'ত ব্যৱহাৰকাৰীসকলক সম্পাদনা পদ্ধতিৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল।
22
পৰম্পৰাগত বিশ্বকোষসমূহৰ বিপৰীতে ৱিকিপিডিয়া সম্পাদনাৰ বাবে সকলোৰে কাৰণে প্ৰায় মুকলি। ইয়াৰ অৰ্থ হ'ল যে স্পৰ্শকাতৰ আৰু বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা কিছুমান পৃষ্ঠা
সুৰক্ষিত
কৰা হয়।
23
আন বেছিভাগ পৃষ্ঠাই পঢ়ুৱৈয়ে কোনো অনুমতি অবিহনে, নাম প্ৰকাশ নকৰাকৈ বা পঞ্জীয়ন নকৰাকৈ সম্পাদনা কৰিব পাৰে। বেলেগ বেলেগ ভাষাৰ ৱিকিপিডিয়াই এই নীতিটোৰ অলপ সালসলনি কৰে, যেনে- ইংৰাজী ৱিকিপিডিয়াত কেৱল পঞ্জীয়ন কৰা ব্যৱহাৰকাৰীয়েহে নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে।
24
কোনো প্ৰবন্ধতে ইয়াৰ সৃষ্টিকৰ্তা বা আন সম্পাদকৰ মালিকীস্বত্ব নাথাকে। সম্পাদকসকলে প্ৰবন্ধৰ সমল বা গঠন সম্পৰ্কে ঐকমত্য প্ৰতিষ্ঠা কৰিব লাগে।
25
ডিফল্ট নিয়ম অনুসৰি প্ৰবন্ধত কৰা সম্পাদনা কোনো পৰ্যালোচনা নোহোৱাকৈ সাঁচি ৰাখিব পাৰি। তেনে হোৱা বাবে আন সম্পাদকে শুধৰণি নকৰালৈকে প্ৰবন্ধ এটাত অশুদ্ধ তথ্য, পক্ষপাতিত্ব, বা অৰ্থহীন কথা থাকিব পাৰে। বেলেগ বেলেগ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা বেলেগ বেলেগ ৱিকিপিডিয়াই এই নীতিৰ সালসলনি কৰিব পাৰে। যেনে- জাৰ্মান ৱিকিপিডিয়াই কেইবাবাৰো পৰ্যালোচনা হৈ যোৱা প্ৰবন্ধবোৰৰ এটা
স্থায়ী
ৰূপ সংৰক্ষণ কৰি ৰাখে।
26
তেনেদৰে ইংৰাজী ৱিকিপিডিয়াত ডিচেম্বৰ ২০১২ত "pending changes" প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে।
27
এই প্ৰক্ৰিয়া অনুসৰি নতুন ব্যৱহাৰকাৰীয়ে কিছুমান বিতৰ্কিত বিষয়ৰ বা ধ্বংসাত্মক কাৰ্যৰ সম্ভাৱনা থকা প্ৰবন্ধ সম্পাদনা কৰিলে সেয়া কোনো "প্ৰতিষ্ঠিত ৱিকিপিডিয়া সম্পাদকে পৰীক্ষা কৰাৰ পিছতহে প্ৰকাশ হ'ব। "
প্ৰবন্ধত হোৱা সালসলনি সম্পাদকে দুটা সংশোধনৰ মাজৰ পাৰ্থক্য পৰীক্ষা কৰি গম পায় (ইয়াত ৰঙা কৰি দেখুওৱা)।
পঞ্জীয়ন কৰা বা নকৰা অৱদানকৰীয়ে ৱিকিপিডিয়া পৰিচালনা কৰা ছফ্টৱেৰটোৰ সুবিধা গ্ৰহণ কৰিব পাৰে। প্ৰত্যেক প্ৰবন্ধৰে "ইতিহাস" পৃষ্ঠাখনত প্ৰবন্ধটোৰ সকলো পূৰ্ব সংশোধন লিপিবদ্ধ হৈ থাকে। কিন্তু অৰ্থহীন সমল থকা, ভাবুকিপূৰ্ণ বা কপিৰাইট উলঙ্ঘন থকা সংশোধন আঁতৰাই দিয়া হ'ব পাৰে।
28
সম্পাদকে এই পৃষ্ঠাখন ভুল সম্পাদনা আঁতৰাবলৈ বা হেৰাই যোৱা সমল ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰতিটো প্ৰবন্ধতে থকা "আলোচনা" পৃষ্ঠাই সম্পাদকসকলক সমন্বয় ৰক্ষাত সহায় কৰে।
29
তদুপৰি সম্পাদকসকলে ঐকমত্য প্ৰতিষ্ঠাৰ বাবে "আলোচনা" পৃষ্ঠা ব্যৱহাৰ কৰিব পাৰে।
30
ইয়াৰ লগতে সম্পাদকে ৱেবছাইটটোৰ "
শেহতীয়া সালসলনি
সমূহ" চাব পাৰে। নিয়মিত অৱদানকাৰীসকলে প্ৰায়েই তেওঁলোকে গুৰুত্ব দিয়া প্ৰবন্ধবোৰৰ এখন "
লক্ষ্য-তালিকা
" ৰাখে যাতে সেইবোৰত হোৱা সালসলনি সহজে পৰীক্ষা কৰিব পাৰি। বহু বেছি প্ৰবন্ধ থকা ৱিকিপিডিয়াত ই লাভজনক কাৰণ সম্পাদকৰ বাবে "শেহতীয়া সালসলনি" ত থকা বৃহৎ পৰিমাণৰ সম্পাদনাৰ সংখ্যাত চকু ৰখা কষ্টকৰ। নতুন পৃষ্ঠা পৰীক্ষণ নামৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে নতুনকৈ সৃষ্টি কৰা প্ৰবন্ধসমূহ ভুল-ত্ৰুটিৰ বাবে পৰীক্ষা কৰা হয়।
31
প্ৰায়েই ধ্বংসাত্মক কাৰ্যৰ সন্মুখীন হোৱা প্ৰবন্ধ
অৰ্ধ-সুৰক্ষিত
কৰা হয় যাতে কেৱল প্ৰতিষ্ঠিত ব্যৱহাৰকাৰীয়েহে সেয়া সম্পাদনা কৰিব পাৰে।
32
বেছি বিতৰ্কিত প্ৰবন্ধ বা গুৰুত্বপূৰ্ণ পৃষ্ঠা কেৱল প্ৰশাসকেহে সম্পাদনা কৰিব পৰাকৈ বন্ধ কৰিও ৰাখিব পাৰি।
33
অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনা ইণ্টাৰফে'চ
সাধাৰণ বৰ্ণাশুদ্ধি বা আংগিক সমস্যা দূৰ কৰিবলৈ, বা পৰিসাংখ্যিক তথ্যৰপৰা এটা নিৰ্দিষ্ট গতৰ প্ৰবন্ধ আৰম্ভ কৰিবলৈ
বট
নামৰ কম্পিউটাৰ প্ৰ'গ্ৰেম বহুলভাৱে ব্যৱহাৰ কৰা হয়।
34
35
36
"নিবিচৰা" ধৰণৰ সম্পাদনাৰ পৰা বিৰত থাকিবলৈ ব্যৱহাৰকাৰীক সতৰ্কবাণী দিয়া,
37
কোনো ৱেবছাইটলৈ লিংক সৃষ্টিত বাধা দিয়া, আৰু কোনো একাউণ্ট বা আই পি ঠিকনাৰ পৰা সম্পাদনা ৰোধ কৰিবলৈকো কিছুমান বট ডিজাইন কৰা হৈছে। বট সক্ৰিয় কৰাৰ পূৰ্বে প্ৰশাসনৰ অনুমতি দৰকাৰী।
38
তথ্যসূত্ৰ
সম্পাদনা কৰক
Jonathan Sidener.
"Everyone's Encyclopedia"
The San Diego Union-Tribune
। আহৰণ কৰা হৈছে: 2006-10-15
"Technology can topple tyrants: Jimmy Wales an eternal optimist"
Sydney Morning Herald
. November 7, 2011
। আহৰণ কৰা হৈছে: May 8, 2012
Wikipedia says it's losing contributors
সংযোগবিহীন উৎস
4.0
4.1
"Five-year Traffic Statistics for Wikipedia.org"
. Alexa Internet. Archived from
the original
on January 24, 2022
। আহৰণ কৰা হৈছে: May 24, 2011
/3a/TED2010%2C_Stuart_West_full_presentation_updated_with_January_data.pdf
Wikipedia's Evolving Impact
Archived
2008-10-04 at the
Wayback Machine
, by Stuart West, slideshow presentation at TED2010
Bill Tancer (May 1, 2007).
"Look Who's Using Wikipedia"
Time
. Archived from
the original
on August 3, 2012
। আহৰণ কৰা হৈছে: December 1, 2007
. "The sheer volume of content [...] is partly responsible for the site's dominance as an online reference. When compared to the top 3,200 educational reference sites in the U.S., Wikipedia is No. 1, capturing 24.3% of all visits to the category"
Cf. Bill Tancer (Global Manager, Hitwise),
"Wikipedia, Search and School Homework"
Hitwise
: An Experian Company (Blog), March 1, 2007. Retrieved December 18, 2008.
Alex Woodson (July 8, 2007).
"Wikipedia remains go-to site for online news"
. Reuters
। আহৰণ কৰা হৈছে: December 16, 2007
. "Online encyclopedia Wikipedia has added about 20 million unique monthly visitors in the past year, making it the top online news and information destination, according to Nielsen//NetRatings."
"Top 500"
. Alexa Internet. Archived from
the original
on December 24, 2008
। আহৰণ কৰা হৈছে: October 13, 2009
Mike Miliard (2008-03-01).
"Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?"
Salt Lake City Weekly
. Archived from
the original
on 2012-10-11
। আহৰণ কৰা হৈছে: 2008-12-18
Kaplan Andreas, Haenlein Michael (2014) Collaborative projects (social media application): About Wikipedia, the free encyclopedia. Business Horizons, Volume 57 Issue 5, pp.617-626
“wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986
Grossman, Lev (2006-12-13).
"Time's Person of the Year: You"
TIME
(Time, Inc). Archived from
the original
on 2006-12-18
। আহৰণ কৰা হৈছে: 2008-12-26
Jonathan Dee (2007-07-01).
"All the News That's Fit to Print Out"
. The New York Times Magazine
। আহৰণ কৰা হৈছে: 2007-12-01
Andrew Lih (2004-04-16).
"Wikipedia as Participatory Journalism: Reliable Sources? Metrics for Evaluating Collaborative Media as a News Resource"
(PDF).
5th International Symposium on Online Journalism
(University of Texas at Austin). Archived from
the original
on 2007-10-29
। আহৰণ কৰা হৈছে: 2007-10-13
Witzleb, Normann (2009).
Engaging with the World: Students of Comparative Law Write for Wikipedia
19
. Legal Education Review. pp. 83–98
Danah Boyd (2005-01-04).
"Academia and Wikipedia"
Many 2 Many: A Group
Weblog
on Social Software
. Corante. Archived from
the original
on 2006-03-16
। আহৰণ কৰা হৈছে: 2008-12-18
. "[The author, Danah Boyd, describes herself as] an expert on social media[,] ... a doctoral student in the School of Information at the University of California, Berkeley [,] and a fellow at the Harvard University Berkman Center for Internet & Society [at Harvard Law School.]"
Simon Waldman (2004-10-26).
"Who knows?"
Guardian.co.uk
(London)
। আহৰণ কৰা হৈছে: 2007-02-11
Ahrens, Frank (July 9, 2006).
"Death by Wikipedia: The Kenneth Lay Chronicles"
The Washington Post
। আহৰণ কৰা হৈছে: November 1, 2006
Fernanda B. Viégas, Martin Wattenberg, and Kushal Dave (2004).
"Studying Cooperation and Conflict between Authors with History Flow Visualizations"
(PDF).
Proceedings of the ACM Conference on Human Factors in Computing Systems (CHI)
(Vienna, Austria: ACM SIGCHI): 575–582.
doi
10.1145/985921.985953
ISBN
1-58113-702-8
. Archived from
the original
on 2006-01-25
। আহৰণ কৰা হৈছে: 2007-01-24
Reid Priedhorsky, Jilin Chen, Shyong (Tony) K. Lam, Katherine Panciera, Loren Terveen, and John Riedl (GroupLens Research, Department of Computer Science and Engineering, University of Minnesota) (2007-11-04).
"Creating, Destroying, and Restoring Value in Wikipedia"
(PDF).
Association for Computing Machinery GROUP '07 conference proceedings
(Sanibel Island, Florida)
। আহৰণ কৰা হৈছে: 2007-10-13
Jim Giles (December 2005).
"Internet encyclopedias go head to head"
Nature (journal)
খণ্ড
438
(7070): 900–901.
doi
10.1038/438900a
ISSN
0028-0836
PMID
16355180
The study (that was not in itself peer reviewed) was cited in several news articles, e.g.,
"Wikipedia survives research test"
BBC News
(British Broadcasting Corporation). December 15, 2005
"UX and Usability Study"
. Usability.wikimedia.org
। আহৰণ কৰা হৈছে: July 13, 2010
Protection Policy
Registration Notes
Ownership of articles
Birken, P. (December 14, 2008).
"Bericht Gesichtete Versionen"
(German ভাষাত).
Wikide-l mailing list
. Wikimedia Foundation
। আহৰণ কৰা হৈছে: February 15, 2009
Business Insider
Kleinz, Torsten (2005-02).
"World of Knowledge"
(PDF).
Linux Magazine
। আহৰণ কৰা হৈছে: July 13, 2007
. "The Wikipedia's open structure makes it a target for trolls and vandals who malevolently add incorrect information to articles, get other people tied up in endless discussions, and generally do everything to draw attention to themselves."
সংযোগবিহীন উৎস
Fernanda B. Viégas, Martin M. Wattenberg, Jesse Kriss, Frank van Ham (January 3, 2007) (PDF).
Talk Before You Type: Coordination in Wikipedia
. Visual Communication Lab, IBM Research
। আহৰণ কৰা হৈছে: June 27, 2008
Wikipedia:Consensus
Wikipedia:New pages patrol
English Wikipedia's semi-protection policy
English Wikipedia's full protection policy
Wikipedia Bot Information
Daniel Nasaw (July 24, 2012).
"Meet the 'bots' that edit Wikipedia"
. BBC News Nagazine
Halliday, Josh; Arthur, Charles (July 26, 2012).
"Boot up: The Wikipedia vandalism police, Apple analysts, and more"
The Guardian
। আহৰণ কৰা হৈছে: September 5, 2012
"Wikipedia signpost: Abuse Filter is enabled"
. English Wikipedia. March 23, 2009
। আহৰণ কৰা হৈছে: July 13, 2010
Bot Policy
বাহ্যিক সংযোগ
সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত
ৱিকিপিডিয়া
সম্পৰ্কীয় মিডিয়া ফাইল আছে।
Wikipedia
– multilingual portal (contains links to all language editions of the project)
Wikipedia mobile phone portal
Archived
2011-08-29 at the
Wayback Machine
ৱিকিপিডিয়া
বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
Wikitrends: most visited Wikipedia articles
ৱিকিপিডিয়া
সংগ্ৰহিত বাতৰি আৰু মন্তৱ্য
দ্যা গাৰ্জেনত
Wikipedia
topic page at
The New York Times
Video of TED Talk by Jimmy Wales on the birth of Wikipedia
Archived
2009-12-01 at the
Wayback Machine
Audio of interview with Jimmy Wales about Wikipedia in general
on the EconTalk podcast
Wikipedia and why it matters
– Larry Sanger's 2002 talk at Stanford University.
video archive
Archived
2012-12-21 at the
Wayback Machine
and
transcript of the talk
10 Wikipedia
"Intelligence in Wikipedia" Google TechTalk
ইউটিউবত
, describing an intelligence project utilizing Wikipedia, and how Wikipedia articles could be auto-generated from web content
প্ৰ
ৱিকিপিডিয়া
Overview
(outline)
চেন্সৰশ্বিপ
উদ্ধৃতিৰ প্ৰয়োজন
Conflict-of-interest editing
Criticism
gender bias
ideological bias
racial bias
Deletionism and inclusionism
Ignore all rules
MediaWiki
Notability
Reliability
Vandalism
Predictions of the project's end
সম্প্ৰদায়
Administrators
AfroCrowd
Arbitration Committee
Art+Feminism
বট
Lsjbot
এডিটাথন
ৱিকিপিডিয়াসমূহৰ তালিকা
The Signpost
Wikipedian in residence
WikiConference North America
ৱিকিমেনিয়া
WikiProject
Women in Red
People
Florence Devouard
Sue Gardner
James Heilman
Katherine Maher
Magnus Manske
Erik Möller
Ira Brad Matetsky
লেৰী ছেংগাৰ
María Sefidari
লাইলা ট্ৰেটিক'ভ
জিম্মী ৱেলছ
ৱিকিপিডিয়ান
Wikimedian of the Year
History
Bomis
Logo
Controversies
U.S. Congressional staff edits
Essjay controversy
Seigenthaler biography incident
Henryk Batuta hoax
Jar'Edo Wens hoax
Internet Watch Foundation
Scientology
Italian Wikipedia blackout
English Wikipedia blackout
Hillsborough Wikipedia posts
MyWikiBiz
ভিজুৱেলএডিটৰ
#1Lib1Ref
Coverage of American politics
Response to the COVID-19 pandemic
Honors
2008 Quadriga award
Wikipedia Monument
2015 Erasmus Prize
2015 Princess of Asturias Award
References
and analysis
Cultural
Bibliography
Films
Academic studies
Listen to Wikipedia
Wiki-Watch
Wikipediocracy
WikiScanner
Wikipedia Review
Mobile access
Apps
QRpedia
Wapedia
WikiNodes
ৱিকিপিডিয়া জিৰ’
ৱিকিৱাণ্ড
Content use
Books LLC
Boundless (company)
DBpedia
Deletionpedia
Kiwix
WikiReader
Science information
Health information
Similar projects
Interpedia
নুপিডিয়া
Citizendium
Enciclopedia Libre Universal en Español
Everipedia
Veropedia
List of online encyclopedias
List of wikis
Related
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া আন্দোলন
The Iraq War: A Historiography of Wikipedia Changelogs
Print Wikipedia
Magna Carta (An Embroidery)
274301 Wikipedia
Viola wikipedia
দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া
তালিকা
শ্ৰেণী
প্ৰ
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ
প্ৰকল্পসমূহ
ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিমিডিয়া কমন্স
ৱিক্সনেৰী
ৱিকিবুক্ছ
•
ৱিকি নিউজ
ৱিকিউদ্ধৃতি
ৱিকিস্পিচিজ
ৱিকিভাৰ্চিটী
অসমীয়া ভাষাত উপলদ্ধ প্ৰকল্পসমূহ
অসমীয়া ৱিকিপিডিয়া
ৱিকিউৎস
ৱিকিমিডিয়া কমন্স
অসমীয়া ৱিকিউদ্ধৃতি
"ৰ পৰা অনা হৈছে
শ্ৰেণীসমূহ
Pages using infobox website with unknown parameters
ৱিকিপিডিয়া
ৱিকিমিডিয়া প্ৰকল্পসমূহ
ৱেবছাইট
ৱিকি
বিশ্বকোষ
ইণ্টাৰনেট
অদৃশ্য শ্ৰেণীসমূহ:
সংযোগবিহীন উৎস উল্লেখিত প্ৰবন্ধ
Webarchive template wayback links
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
অবৈধভাৱে সুৰক্ষা সাঁচ স্থাপন কৰা ৱিকিপিডিয়া প্ৰবন্ধসমূহ
ৱিকিপিডিয়া
বিষয় যোগ কৰক
US