বেটুপাত - Wikispecies
Jump to content
From Wikispecies
স্বাগতম্ এয়া
ৱিকিপ্ৰজাতি
সকলোৱে সম্পাদনা কৰিব পৰা মুক্ত প্ৰজাতি নিৰ্দেশিকা
এনিমেলিয়া
প্লেণ্টে
ফাংগি
বেক্টিৰিয়া
আৰ্কিয়া
প্ৰটিষ্টা
আৰু জীৱনৰ আন সকলো ৰূপ সামৰে।
এতিয়ালৈকে ইয়াত
৯,৪৩,৪৯৮
টা প্ৰবন্ধ আছে
ৱিকিপ্ৰজাতি মুক্ত, কাৰণ জীৱন পাব্লিক ড'মেইনত উপলব্ধ!
আমাৰ টুইটাৰৰ ঠিকনা:
@Wikispecies
বৰ্গ পথ প্ৰদৰ্শন
ক্ষেত্ৰ
আৰ্কিয়া
ক্ষেত্ৰ
বেক্টিৰিয়া
ক্ষেত্ৰ
ইউকেৰায়'টা
উপক্ষেত্ৰ
প্ৰটিষ্টা
উপক্ষেত্ৰ
ফাংগি
উপক্ষেত্ৰ
প্লেণ্টে'
উপক্ষেত্ৰ
এনিমেলিয়া
ভাইৰাছ
(বৰ্গীকৰণ অস্পষ্ট)
Michotamia aurata
Capparis spinosa
Sympetrum flaveolum
Amphiprion ocellaris
Purnella albifrons
Fomitopsis pinicola
Lilioceris lilii
ৱিকিপ্রজাতি পৰিভ্ৰমণ কৰক
সহায়
– পৃষ্ঠা সৃষ্টি কৰাত সহায়ৰ বাবে
বৰ্গীকৰণ
– প্ৰজাতিসমূহৰ নিনিয়ান বৰ্গীকৰণৰ বিষয়ে তথ্য।
ৰাইজৰ চ'ৰা
– প্ৰকল্পটোৰ বিষয়ে আলোচনা কৰিবলৈ।
কৰা হ'ল আৰু কৰিবলগীয়া
– পৰিভাষিত হ'বলগীয়া লক্ষ্য আৰু বিস্তৃত ক্ষেত্ৰৰ সন্দৰ্ভত।
ৱিকিপ্ৰজাতি প্ৰায় উদিত প্ৰশ্ন
– সাধাৰণ বিচাৰৰ উত্তৰ চাওক।
চিত্ৰ নিৰ্দেশাৱলী
– ছবি আপল'ড কৰাৰ ঠাই বিষয়ত আমাৰ সংস্তুতি।
ৱিকিপ্ৰজাতি পিআৰ
– ৱিকিপ্ৰজাতিৰ বিষয়ে প্ৰচাৰ কৰি সহায় কৰক
জুকীজৰ সৈতে সহযোগ
ৱিকিপ্ৰজাতি আৰু
জুকীজ
সহযোগিতা
ঘোষণা কৰা হৈছে। ফাইট'কীজেও এই সহযোগিতাত নৱেম্বৰ ২০১০ত যোগদান কৰিলে। ৱিকিপ্ৰজাতি ব্যৱহাৰ কৰি জুকীজ আৰু ফাইট'কীজৰ প্ৰজাতিসমূহৰ চিত্ৰ
ৱিকিমিডিয়া কমন্স
ত আপল'ড কৰা হ'ব।
প্ৰতিষ্ঠিত লেখক
চাৰ্লছ ডাৰ্ৱিন (১৮০৯-১৮৮২)
চাৰ্ল্ছ ৰবাৰ্ট ডাৰ্ৱিন এগৰাকী ব্ৰিটিছ জীৱবিজ্ঞানী। তেওঁৰ জন্ম হৈছিল ১২ ফেব্ৰুৱাৰী ১৮০৯ চনত আৰু মৃত্যু হৈছিল ১৯ এপ্ৰিল ১৮৮২ চনত। তেওঁ গ্ৰন্থ "অন দ্য অৰিজিন অৱ স্পীচিজে" তেওঁক বিখ্যাত কৰি তুলিলে।
ডাৰ্ৱিনৰ অন্যান্য গুৰুত্বপূৰ্ণ লেখ হ'ল-
এ' ম'ন'গ্ৰাফ অন দ্য ফচিল লেপিডিডে', অৰ, পেডানক্যুলে'টেড চিৰিপিডিচ অৱ গ্ৰে'ট ব্ৰিটেইন, পেলেঅণ্ট'গ্ৰাফিকেল চচাইটিৰ দ্বাৰা ১৮৫১ চনত প্ৰকাশিত।
এ' ম'ন'গ্ৰাফ অন দ্য চাব-ক্লাছ চিৰিপিডিয়া ৱিথ ফিগাৰ্ছ অৱ অল স্পীচিজ, ভলিউম ১, ৰে' চচাইটিৰ দ্বাৰা ১৮৫২ চনত প্ৰকাশিত।
এ' ম'ন'গ্ৰাফ অন দ্য চাব-ক্লাছ চিৰিপিডিয়া ৱিথ ফিগাৰ্ছ অৱ অল স্পীচিজ, ভলিউম ২, ৰে' চচাইটিৰ দ্বাৰা ১৮৫৪ চনত প্ৰকাশিত।
Acastha cyatus, Conopea inclusa, Dichelaspis, Epopella simplex, Ibla cumingi
আদি অনেক জীৱৰ টেক্সনমি ডাৰ্ৱিনৰ নামত। ডাৰ্ৱিনে ৮০+ জীৱৰ বিৱৰণ দাঙি ধৰিছিল।
জীৱবিজ্ঞানলৈ ডাৰ্ৱিনৰ বিৰল বৰঙণি হ'ল 'ক্ৰমবিকাশৰ সূত্ৰ'। এই সূত্ৰই এটি প্ৰজাতিৰপৰা আন প্ৰজাতিলৈ হোৱা ক্ৰমবিকাশৰ ব্যাখ্যা দাঙি ধৰে। এই সূত্ৰই 'প্ৰাকৃতিক বুৰঞ্জী'ক 'জীৱ বিজ্ঞান'লৈ ৰূপান্তৰিত কৰাত বিশেষ ভূমিকা পালন কৰিছিল।
নিৰ্বাচিত প্ৰজাতি
সোণালী বান্দৰ-
Trachypithecus geei
সোণালী বান্দৰ
বা
Trachypithecus geei
হৈছে Cercopithecidae পৰিয়ালৰ Colobinae উপ-পৰিয়ালৰ genus Trachypithecus ৰ এটি প্ৰজাতি। এই প্ৰজাতি ভাৰতৰ অসম ৰাজ্যৰ পশ্চিম ভাগ আৰু চুবুৰীয়া ভূটান দেশৰ দক্ষিণ ভাগত পোৱা যায়। এই প্ৰজাতিৰ সংৰক্ষণ, এই প্ৰজাতিৰ অতিকৈ সৰু জনসংখ্যাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।
হিমালয় আৰু অসমত বাস কৰা লোকে এই প্ৰজাতিক কেইবা যুগৰপৰা পৱিত্ৰ জ্ঞান কৰি আহিছিল। পাশ্চাত্য জগতক এই প্ৰজাতিৰ সৈতে প্ৰথম পৰিচিত কৰিলে প্ৰকৃতিবিদ ইঃ পিঃ জীয়ে, ১৯৫০ৰ দশকত। ভূটানত এই প্ৰজাতিৰ
T. pileatus
ৰ সৈতে হাইব্ৰিড পোৱা যায়।
সোণালী বান্দৰৰ বাহ্যিক ৰং সৰৰ ৰঙৰপৰা সোণালী ৰঙলৈকে হ'ব পাৰে। শৰীৰৰ কিছু কিছু অংশৰ ৰং মামৰৰ দৰে। কম বয়সীয়া আৰু মাইকী বান্দৰৰ ৰং তুলনামূলকভাৱে পাতল। সোণালী বান্দৰৰ মুখখন ক'লা আৰু নেজৰ দৈৰ্ঘ্য ৫০ চেণ্টিমিটাৰলৈকে হ'ব পাৰে। কোনো কোনোৱে মন কৰিছে যে সোণালী বান্দৰৰ ৰং ভিন ভিন ঋতুত ভিন ভিন হ'ব পাৰে।
সাধাৰণতে সোণালী বান্দৰ ওখ গছৰ ওপৰতে থাকে। বান্দৰটিৰ দীঘল নেজে এডালৰপৰা আন ডাললৈ যাওঁতে ভাৰসাম্য বৰ্তাই ৰখাত সহায় কৰে। বৰষুণৰ বতৰত ই নিঞৰ আৰু গছৰ পাতৰপৰা পানী সংগ্ৰহ কৰে। এই বান্দৰে ফল-মূল, পাত আদি ভক্ষণ কৰে।
আন ভাষাত ৱিকিপ্ৰজাতি
Aceh
Afrikaans
Aragonés
Ænglisc
अंगिका
العربية
অসমীয়া
Asturianu
Azərbaycanca
Basa Bali
Boarisch
Беларуская
Български
بلوچی
বাংলা
Brezhoneg
Català
Нохчийн
Čeština
Cymraeg
Dansk
Zazaki
Ελληνικά
Esperanto
Eesti
Euskara
فارسی
Suomi
Føroyskt
Nordfriisk
Galego
Ἑλληνική
Alemannisch
עברית
हिन्दी
Kreyòl ayisyen
Magyar
Հայերեն
Interlingua
Bahasa Indonesia
Íslenska
Italiano
Basa Jawa
ქართული
қазақша
한국어
Ripoarisch/Kölsch
Кыргызча
Bahaso Minangkabau
Македонски
молдовеняскэ
मराठी
Bahasa Melayu
Mirandés
မြန်မာဘာသာ
مازرونی
Norsk bokmål
Neadersassisk
नेपाली
Nederlands
Nynorsk
Occitan
ଓଡ଼ିଆ
ਪੰਜਾਬੀ
Polski
Português
Runa Simi
Română
Русский
ᱥᱟᱱᱛᱟᱲᱤ
Sardu
Sicilianu
Scots
Српскохрватски
Srpskohrvatski
සිංහල
Slovenčina
Slovenščina
الرمسة
Sunda
Svenska
ꠍꠤꠟꠐꠤ
Ślōnski
தமிழ்
Тоҷикӣ
ไทย
Tagalog
Türkçe
ئۇيغۇرچە
Українська
Oʻzbekcha/ўзбекча
Veneto
Tiếng Việt
Volapük
მარგალური
ייִדיש
粵語
简体中文
繁體中文
Wikispecies is hosted by the non-profit
Wikimedia Foundation
, along with several other
multilingual
and
free-content
projects:
Meta-Wiki
Coordination of all
Wikimedia projects
Wikipedia
The free encyclopedia
Commons
Free media repository
Wikibooks
Free textbooks and manuals
Wikiquote
Free collection of quotations
Wiktionary
Free dictionary and thesaurus
Wikisource
The free library
Wikiversity
Free learning resources
Wikidata
Free knowledge base
Incubator
For language versions
in development
Wikifunctions
Free software functions
Wikivoyage
Free travel guide
Wikimedia Foundation
Official Wikimedia Foundation
website
Outreach
Wikimedia outreach
wiki
Wikimania
The International
Conference
Wikistats
Wikimedia statistics
MediaWiki
Free wiki software
Wikitech
Wikimedia technical
documentation
Phabricator
Issue tracker &
planning tool for
software projects
Test Wikipedia
For testing software
changes
Wikimedia Cloud
Services
Hosting environment
for community tools
Wikimedia
Mailservices
Wikimedia mailing
lists
Wikimedia
Endowment
Ensuring free
knowledge for future
generations
Wikipedia Store
Where everything
Wikimedia comes to
life
Wikipedia
Enterprise
APIs for high volume
use
Retrieved from "
Category
Wikispecies
বেটুপাত
Add topic